শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উপলক্ষে যোৱা ২৬ চেপ্টেম্বৰত অভয়াপুৰীৰ পিৰাধৰা নামঘৰত লক্ষ্মীনাথ বেজবৰুৱাৰ "বুঢ়ী আইৰ সাধুকথা"ৰ আলমত বুবুল দাসৰ ৰচনা আৰু পৰিচালনাৰে ধৰ্মমূলক নাট-
" জৰদ্গৱ ৰজাৰ কাহিনী" মঞ্চস্হ কৰা হয়।নাটখনত - উপেন বৰুৱা, হেমেন কলিতা,ৰাজু সৰকাৰ, কমল কলিতা, চন্দন কুমাৰ নাথ, দীপক শৰ্মা, মনজিৎ নাথ, নম্ৰতা দাস, নিহা কলিতাৰ লগতে
শিশু শিল্পী সকল -প্ৰজ্জুক্তা বুবুল দাস ,নেপচুন বৰদলৈ, ৰাগিনী কলিতা, জ্যোতি ৰায়, সাগৰ দাস , মন পাঠক, চোহান দাস, উৰ্নভ কলিতাই সুন্দৰ অভিনয় কৰে।নাটখনৰ নৃত্য শিল্পীসকল হ'ল-নিহা কলিতা, ধৃতিশ্ৰী বৰকাকতী আৰু ভুমিকা দাস।
নাট ৰচনা আৰু পৰিচালনা- বুবুল দাস , সংগীত- মৰমজ্যোতি দাস, পোহৰ-ৰাজু বড়া। সংগীতৰ সহঃ শিল্পী সকল হ'ল -বিষ্ণুজ্যোতি তালুকদাৰ, জ্যোতি দাস, অনুপজ্যোতি দাস, নলিন সূত্ৰধৰ, বিশ্বজিৎ সূত্ৰধৰ, মৰমজ্যোতি দাস, প্ৰিয়া সৰকাৰ।
কেমেৰা আৰু এডিতিং - আৰিফুল ইছলাম (দীপ)
99543-82492
Негізгі бет Ойын-сауық ধৰ্মমূলক নাট-" জৰদ্গৱ ৰজাৰ কাহিনী"
Пікірлер: 2