নমস্কাৰ
সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ স্থান প্ৰাপক শিশু ভাওনাৰ দল "ডেকাগিৰী সাংস্কৃতিক সংঘ" ৰ দ্বাৰা পৰিবেশন কৰা ধ্ৰুৱ চৰিত্ৰ ভাওনা ভাগি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ ।
সকলোৱে ভিডিঅ টি চাব আৰু like, comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ 🙏🏼
#vauna
#ভাওনা
#bhauna
#ভাওনা_সংস্কৃতি
#Dhruba_saritra
Негізгі бет ধ্ৰুৱ চৰিত্ৰ||শিশু ভাওনা||Dhurba soritra||ভাওনা||Bhauna||
Пікірлер: 2