ধুবুৰীৰ বিজ্ঞানী ড০ ফৈজুদ্দিন আহমেদে অসমৰ নাম জিলিকালে বিশ্বত। ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ ২০২৪ৰ বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত ৪হাজাৰ বিজ্ঞানীৰ মাজত স্থান লাভ কৰিছে অসম সন্তান বিজ্ঞানীগৰাকীয়ে। বিজ্ঞানী ড০ ফৈজুদ্দিন আহমেদক আপুনিও জনাওক শুভেচ্ছা।
- Күн бұрын
ধুবুৰীৰ বিজ্ঞানী ড০ ফৈজুদ্দিন আহমেদে অসমৰ নাম জিলিকালে বিশ্বত।
- Рет қаралды 4,969
Пікірлер: 85