দিল্লীত গৈ বাকযুদ্ধত লিপ্ত দিলীপ শইকীয়া- লুৰিণজ্যোতি গগৈৰ । কাৰ হ'ল বেইজ্জতি ?
Pratidin Media Network ৰ সৌজন্যত অনুষ্ঠিত The Conclave 2024 ৰ মজিয়াত ভীষণ বাকযুদ্ধত লিপ্ত হ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু শাসকীয় দল বিজেপৰ মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া । কোনো ৰাষ্ট্ৰীয় দলৰ বোকোচাত নুঠো, অক্সিজেন নলও বুলি অসমত প্ৰকৃত জাতীয়তাবাদৰ ভেটি গঢ়াৰ সংকল্পেৰে ৰাজনীতিলৈ অহা লুৰিণজ্যোতি গগৈয়ে ৮৫৫ গৰাকী তেজাল অসমীয়াক হ* ত্যা কৰা কংগ্ৰেছ দলৰ লগ লগা কথাটো সজোৰে উত্থাপন কৰে দিলীপ শইকীয়াই । আনহাতে পাৰ হৈ যোৱা দিনবোৰত বিজেপিয়েও যে আদৰ্শগত পাৰ্থক্য থকা বহু ৰাজনৈতিক দলৰ সৈতে পৰিস্থিতি সাপেক্ষে মিত্ৰতা কৰি আহিছে তাৰ খতিয়াল দাঙি ধৰে লুৰিণজ্যোতি গগৈয়ে । মুঠতে তেওঁলোকৰ এনে তৰ্কযুদ্ধৰ দ্বাৰা সমাজৰ কিবা লাভ হওক নহওক, দৃশ্যটো কিন্তু নয়নাভীৰাম হৈছে- সেই কথা আমি স্বীকাৰ কৰিবই লাগিব ।
#assampolitics #news18assamne #pratidintimeassamese #himantabiswasharmanews #assamesenewstoday
Hi,
I am Ratul Das Sarania. Welcome to my youtube channel real reaction. Thankyou so much.
About my channel
This is a channel in which we are going to take interview about artists, litterateurs, singers, lyricists etc. and many others so that we can present different perspectives in front of the audiences. Apart from that also we are trying to show various contemporary issues including literature, culture, different incidents, events etc.and so on.
My social link
Blog- www.digitaldream24.in
face book- / ratul.sarania.925
Page - / digital-dream-64681774...
Twiter- twitter.com/Ra...
Instagram- / ratuldassarania
e-mail- rsarania10@gmail.com
Негізгі бет দিল্লীত গৈ বাকযুদ্ধত লিপ্ত দিলীপ শইকীয়া- লুৰিণজ্যোতি গগৈৰ । কাৰ হ'ল বেইজ্জতি ?
Пікірлер: 44