অৰূপৰ্ব সংলাপ ,মন চুই যোৱা কাহিনী , জুবিন দা , যতীন বৰা দা , তপন দাস দাৰ আৰু বলিষ্ঠ অভিনেতা অভিনেত্ৰী ৰ অভিনয়ে অসমীয়া এখন বহুত সুন্দৰ বাস্তৱ জীৱনৰ হতে মিলা ছবি । চিনেমা হলত লগা সময়ত চাবলৈ নাপালোঁ । আজি চাই চকুত চকু পানীক ধৰি ৰাখিব নোৱাৰিলোঁ । সচাই এজন পিতৃ কিমান মহান হয় ,কিমান ত্যাগ স্বীকাৰ তেওঁ নিজৰ সন্তানৰ বাবে তাৰ এক সুন্দৰ উপস্থাপন। ছবি খন চাই আপ্লুত হলো
@pari_krama_
Жыл бұрын
Masterpiece... শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এটি অনুভৱ আৰু এটা দীঘল হুমুনিয়াহ এৰিছো শেষ হোৱাৰ পাছত। অসমীয়া চিনেমাৰ এই দিন আকৌ এবাৰ আহক ❤️❤️✨
@pankajsarania5301
4 жыл бұрын
ত্যাগ আৰু ত্যাগ । উফ কান্দিলেও দুখ পাতলি নাযায় । ইমান সুন্দৰ ছবি
@jitenboruah9404
4 жыл бұрын
এনেকুৱা দ্বিতীয় খন ছবি চাবলৈ পোৱা নাযাব ,,কিন্তু তপন দাস ৰ অভিনয় অতুলনীয়,, দ্বিতীয় জনে হয়টো নোৱাৰিব ,,কন্দুৱাই দিলে,,যিটো আজিলৈকে কোনো ছবিয়ে কৰিব পৰা নাছিল
@AjitDas-bp5du
3 жыл бұрын
Hey.... Plz reply...
@AjitDas-bp5du
3 жыл бұрын
Actually for my project... I need to summarize this film.... Can you help me🙏
@dipantasonowaldipantasonow7754
3 ай бұрын
Hoi
@simantakalita97
3 жыл бұрын
9:28 and 12:28 humming zubeen daa❤️❤️ কি যে সৃষ্টি !! সংগীতে শুনিম নে, কাহিনী চাম নে অভিনয়ৰ কথাই কম... সকলো দিশতে আপ্লুত ।
@assambhaskarjb3252
3 жыл бұрын
সঁচাকৈয়ে সুন্দৰ ছবি,,,চিত্ৰনাট্য,সংলাপ, কাহিনী সঁচাই অতুলনীয়,,, হৃদয় চুই গ'ল🙏👍
1:53:13 অদ্বিতীয় অভিনয় সংগীত and what an humming by Zubeen Da ♥️
@GaurangaK123
4 жыл бұрын
"মন যায়" আৰু "দীনবন্ধু" দুখন অতি ভাল লগা ছবি,সঁচাকৈয়ে মনোৰম।
@pribrazakpritam4931
Жыл бұрын
Umm.
@ashapurnadas3748
4 жыл бұрын
ki unique combination... dialogue e houk ba music e houk ba story e houk...B.N. Saikia Sir plus Zubeen da r ek madhur combination... enekua movie hoitu aru ktiau nulabo
ইমান ধুনীয়া ছবি তথাপিও Like & views কম 😓 সকলোৱে মানে এনে চিএৰি থাকে নিজকে অসমীয়া বুলি😡
@jyotirmoygoswami3838
2 жыл бұрын
অসমীয়া সেষ্ঠ ছবি সমুহৰ মাজত অন্যতম ❤️
@rajibborah9434
4 жыл бұрын
Proud of assamese movie like this...heart touching.thanks for uploading...sokur pani ulai gol....anakua cinema notun projonmoa sabo laga.aru agor filmmaker burok loi modern cinema bonabo laga...one of the finest movoie.
@debasishgogoi4239
2 жыл бұрын
এইখন চিনেমা যেতিয়াই চাবলৈ লওঁ, প্ৰত্যেক বাৰেই এটা নতুন আমেজ পাঁও।❤️❤️❤️❤️❤️❤️
@kundalhazarika3371
2 жыл бұрын
I like this movie. Because it teaches many things 👍👍👍😊😊😊 Life is not about earning money and enjoying rather it bestows us with many beautiful things ♥️♥️♥️
@dharitrisonowal7311
3 жыл бұрын
অপূৰ্ব! ছবিখন চাই আৱেগিক হৈ পৰিলো।
@dibakarbaishya6816
Жыл бұрын
কি এক সুন্দৰ অনুভব, সেই আগৰ দিন বোৰক লৈ অকৌ উভতি গলো, কৰ এজাক গানটো শুনি শুনি যেন ডাঙৰ হলো, golden era of assamese film❤
@sameerbhuyan2437
4 жыл бұрын
প্ৰিয় অসমীয়া চিনেমা 💕
@BubumaniKalita555
Жыл бұрын
How raw and intense it was. Spellbound to watch it again in 2023
@niyatinath1015
Жыл бұрын
Dinobandhun movie Khan hosake heart touching....jodi kunubai soa ni atiao sabo plz.. dinobandhun character tu mr Deutar lgt bht mil ase.....ajon deutai kimnkhini kosto ..dukh ru tayek kore ...kimn sacrifice kore heia ajon deutai he Buji pay.....plz movie khn abar sabo bht hikibo paribo......
@bidyutbordoloi2000
4 жыл бұрын
কি লিখিম ভাবি পোৱা নাই। যদি কেতিয়াবা শব্দ বিচাৰি পাও নিশ্চয় লিখিম দীনবন্ধুৰ বিষয়ে।
সঁচাকে বৰ সুন্দৰ চিনেমা। আনৰ বাবে চিন্তা কৰি জীয়াব নালাগে, সমাজৰ মতে চলিলে সুখ নহয়,দুখ হয় সদায়।
@simakakati5244
Жыл бұрын
bht bht heart touching movie....khrute o saisilu.khosakoi kot herai gol anekwa dhuniya okhomiya movie bur
@banglaisabest9058
5 жыл бұрын
Mon vore gelo Khub valo cinema
@swapnaleeesarmah8729
4 жыл бұрын
Moi eman dine eikhon kiyo sua nasilu.. Eman xundor kaahini..♥️
@Jiiintu
14 күн бұрын
❤❤❤
@lakhyabiswas9111
18 минут бұрын
সচাই বৰ দুখঃ লগা।
@manashpratim136
3 жыл бұрын
এটি বিশেষ চৰিত্ৰত ৰাজীৱ ক্ৰ'ৰ অভিনয় দুৰ্দান্ত
@jyotishikhadevijyotishikha162
5 жыл бұрын
bor val lagil sai
@dilkupatar2123
5 жыл бұрын
bohut bohut val lagise,mur hidoyt lagise movie khon
@rupamdas9221
10 ай бұрын
এনেকুৱা এখন সুন্দৰ ছবি উপহাৰ দিয়াৰ বাবে ধন্যবাদ।
@toramoninath4176
2 жыл бұрын
ছবি খন চাই সচাকৈয়ে বহুত ভাল লাগিল।😞😭
@hridayanandadeka4589
Ай бұрын
Sekhr line tu khunibo val lagil .
@bedantasvlogs7948
5 жыл бұрын
Bohut val lagile sai !
@soyedadhehabunnissa149
3 жыл бұрын
Masterpiece...best film ever..
@jadumani4649
5 жыл бұрын
Thnx 4 uploading
@srimontaboruah2857
5 жыл бұрын
মৰ্মস্পৰ্শী, বৰ ভাল লাগিল
@NonSugarLife
3 жыл бұрын
Masterpiece by a lenged
@ndas3378
4 жыл бұрын
Emn xundor sobi ..jubin dar abhinoy borhia lagisel..
@Bhaskar3D
2 жыл бұрын
Story is more important than picture quality.
@ranjitkumarborah432
3 жыл бұрын
What a acting by Tapan Das
@siddharthkakati1901
Жыл бұрын
Uffff that humming of Zubeen daa at 9:28 💕
@nipun289
4 ай бұрын
It's 2024 bt still this movie is fresh for me ❤ munin da was a unreplaceable gem ❤ shooted at my town pathsala & I also was a small part of it 😊 I was at class 7 at that time ❤
@Rgps4
Жыл бұрын
হিয়া দিয়া নিয়াৰ হামিং আৰু এই খনৰ হামিং, What a Magic😊
Пікірлер: 255