#assamesebihu2023 #kallolborthaakur
#Dontiyado #Full_Video_Link👇
• Dontiya Do - Kallol Bo...
Audio Song Credits...
Singer / Music : Kallol Borthaakur
Lyrics/Tune : Niranjan Goswami
Mixed & Mastering by Diganta Bordoloi
Dhol : Lachit Baruah and Bishwa
Taal : Bishwa
Flute : Kailash Rabha
Melody Design : Bhadra Kanta Das
Additional Vocals : Apurba Jaan, Debeshwar Bora, Pompi Pallavi
Recording Studios : Studio Dreams, Studio Kirili and Studio Audioholic
Lyrical Video : Harish Ranjan Gogoi
Photography : Raju Nath
Special Thanks : Vaagawat Darshan, Partha Uddip, Kumud Hazarika, Mamoni Hazarika, Biman Baruah
LORALI 👉 • LORALI || KALLOL BORTH...
Laal Saree 👉 • LAAL SAREE | ADIVASI F...
Kahili Puwate 👉 • KAHILI PUWATE || KALLO...
Shillongore Gadhuli👉 • SHILLONGORE GODHULI(Re...
Kahini👉 • #Kahini_kallol_Borthak...
[SOCIAL]
Instagram👇
www.instagram....
Facebook 👇
www.facebook.c...
*Digital Marketing- GK Maina Music
* Available on Facebook Reels & Instagram Reels
Audio Platforms👇
Jiosaavan www.saavn.com/...
Resso m.resso.com/Zs...
Amazon Prime Music
music.amazon.i...
Spotify open.spotify.c...
Wynk open.wynk.in/9...
Gaana gaana.com/song...
Hungama www.hungama.com...
Baahi
* Caller Tune Available on:
Jio Tunes- bit.ly/3vT5Qsx
Lyrics:
ঐ "ক" মানত শিকিলো
ঐ চৰে "অ" চৰে "আ"
ঐ শিকিলো ক ,খ, গ
ঐ যৌৱনত ভৰি দি ঐ পিৰীতি কৰি লৈ
অ' হায় ঐ হ'লো মই দন্তিয়া "দ"
হায় ঐ দন্তিয়া "দ"
ঐ দন্তিয়া "দ" দন্তিয়া "দ" হ'লো মই দন্তিয়া "দ"
ঐ দন্তিয়া "দ" টো হৈ গাৰুটো বুকুতে লৈ
ইকাটি সিকাটি নধৰে টোপনি কৰো ছাটি ফুটি
এতিয়া কি কৰো ক' বাঘেখাতী
হ'লো মই দন্তিয়া "দ"
ভাতমুঠি আগতে লৈ নাযায় চোন পেটলৈ
ভিতৰি ভিতৰি জ্বলনি পোৰনি
সহিব নোৱাৰি
এতিয়া কি কৰো ক' বাঘেখাতী
হ'লো মই দন্তিয়া
হ'লো মই দন্তিয়া "দ"
ঐ তোৰ বুকুতে মৰমৰ তলিফুটা জোলোঙা
যেনিয়ে ঐ তেনিয়েই সুৰুঙা ঐ সুৰুঙা
ইফালে ভৰাও পিৰিক কৈ যায়
সিফালে ভৰাও পিৰিককৈ যায়
বুজালেও নুবুজ ক'লেও নুশুন
এতিয়া কি কৰো ক' বাঘেখাতী
হ'লো মই দন্তিয়া
হ'লো মই দন্তিয়া "দ"
ঐ মৰিলোং মৰিলোং মৰিলোং ঐ
কি কামনো ঐ কৰিলোং
ঐ মৰিলোং মৰিলোং মৰিলোং ঐ
বাঘৰ পিঠিত উঠিলোং
উঠিলেও খাই নামিলেও খাই
কি কৰো কি কৰো উপাইয়ো নাই
ইফালেও ন'হলো সিফালেও ন'হলো
এতিয়া কি কৰো ক'
বাঘেখোৱা
হ'লি তই দন্তিয়া
হ'লি তই দন্তিয়া "দ"
দন্তিয়া "দ" দন্তিয়া "দ" দন্তিয়া "দ" দন্তিয়া "দ"
ঐ কৰিলেহি মোক দন্তিয়া "দ"
Негізгі бет DONTIYA DO || KALLOL BORTHAAKUR || NIRANJAN GOSWAMI || JETUKA 2023
Пікірлер: 70