এই ভিডিঅ'টোত অসমৰ হাৰ্টথ্ৰব' স্বৰূপ (জনপ্রিয় কন্ঠশিল্পী) জুবিন গাৰ্গৰ নতুন চিনেমা
ডক্তৰ বেজবৰুৱা ২ ৰ গীতসমূহ দাঙি ধৰাৰ প্রয়াস কৰা হৈছে। আশা কৰিছো আপোনালোকে এই ভিডিঅ'টিত মৰম চেনেহ দিব। 🤗🥰
-------------------------------------------------------------------------------------------
Dr Bezbaruah 2 all Song || Songs of Dr Bezbaruah 2 || Zubeen Garg || Dr Bezbaruah 2 || Zubeen garg New Song
------------------------------------------------------------------------
@assamsingers5245 👇👇
▶️এইটো এটা non profitable KZitem channel য'ত আপোনালোকে zubeen garg ৰ সকলো ধৰণৰ গান চাব পাৰিব। চেনেলটোৰ উদ্দেশ্য হৈছে জুবিন গাৰ্গৰ গীতসমূহ অসমৰ সকলো ক্ষেত্রতে আৰু অধিক প্ৰচাৰ কৰা, ইয়াৰ পৰা আমাৰ টকা সংগ্রহ কৰাৰ কোনো অভিপ্রায় নাই। এই গীতবোৰৰ সকলো ক্ৰেডিট তেওঁলোকৰ হাতলৈ যায় যিসকলে মূলতঃ সৃষ্টি কৰিছিল।
উল্লেখ থাকে যে আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে প্রচাৰ কৰা গীতসমূহত কোনো ধৰণৰ Copyright Strike নিদিয়ে যেন, কিয়নো ইয়াৰ ফলত আমাৰ চেনেলটোত বৃহৎ ক্ষতি সাধন হব।
শেষত,,আমাৰ ভূল কূৰ্তি সমূহ দেখুওৱাই দিবলৈ আহবান জনালোঁ।
ধন্যবাদ....❤🙏🙏
--------------------------------------------------------------------------------------------
#zubeen_garg
#moina_kun_bidhatai
#ki_naam_di_maatim
#jiliki_jilika
#phool_phool
#Zubeen_Hit_Songs
#zubeendaa
#zubeengargmusic
#Assam_Singers
Негізгі бет Музыка Dr Bezbaruah 2 all Song || Songs of Dr Bezbaruah 2 || Zubeen Garg || Dr Bezbaruah 2 || New Songs
Пікірлер: 427