এটা ৰঙা ফাগুন ই কেৱল এটা মাহ নহয়। ই এটা অনুভৱ যিয়ে নিজৰ পথ বিচাৰি লয়। এই ৰঙা ৰংটোৱে লৈ আনে সকলোলৈ এক নতুন যাত্ৰা। এনে এটা অনুভৱ লৈ মই আপোনালোকৰ বাবে এটা music video প্ৰস্তুত কৰি আগবঢ়াই দিছোঁ । লগতে বৰণ বিকাশ দাদাৰ কণ্ঠৰে এই অনুভৱ আৰু শীতল কৰি তুলিছে। আৰু ফাগুনৰ সকলো সদস্যলৈ মোৰ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। যদিহে ভাল লাগে এটা like আৰু coment কৰি মোক জনাব। পাৰিলে এবাৰ share ৰো কৰিব। ধন্যবাদ।
Singer - Boron Vikash
Lyrics/tune - Kajol sharma
Music - Ashok Singh
Mix /Masterd - Bhupesh Saikia
Video Direction - Saurav Baruah (Pogo)
DOP - Unique Borah
graphics - Saurav Baruah (Pogo)
video editor - parvez rashik
makeup - smriti dutta
starring - Dibya Borah
introducing - jintee barman
supporting cast - alice pegu, jiya pegu & boby
special thanks to
priya pegu
animash , dakhya kalita & champak deka
Негізгі бет Ойын-сауық FAGUN || BORON VIKASH || SAURAV BARUAH (POGO)
Пікірлер: 129