Very good. আপোনালৈ অশেষ ধন্যবাদ ককাইদেউ, এইয়াই হৈছে আমাৰ বৰলাইপুলি অঞ্চল টোৰ এজন বিশিষ্ট ব্যক্তিৰ কথূপো-কথন. ভাল লাগিল আপোনাৰ উদেশ্য, শেষত মইও আপোনালৈ এটা অনুৰোধ জনাও যে গাঁৱৰ কথা গাঁৱতেই ৰাখিব চেষ্টা কৰিব, ইউটিউব এটা সামাজিক মাধ্যম, সেই হেতুকে সামাজিক মাধ্যমত গাঁৱৰ কিছুমান কথা উল্লেখ নকৰিলেই ভাল হয়.
Пікірлер: 5