Folk Stories is an initiave to Introduce and understand Folk Artists and their practices.
Folk Stories এক প্রয়াস। সমাজৰ ভাষাৰে, সমাজৰ কথাৰে, সমাজক শিল্পৰ এনাজৰীৰে বান্ধি ৰাখিব খোজা, মানুহ নামৰ শিল্পীজনক চিনাকি কৰাই দিয়াৰ। তৃতীয় খণ্ডত আমি কথা পাতিছিলো যোৰহাট জিলাৰ খনামুখ অঞ্চলৰ নিবাসী, দিহানাম, টোকাৰী গীত পৰম্পৰাৰ পৰিবেশক, জনপ্রিয় শিল্পী কমলা গগৈৰ সৈতে। এজন সাধাৰণ মানুহ হিচাপে অধ্যাত্মিকতাৰ বাটেৰে দিহানাম-টোকাৰী গীতৰ দ্বাৰাই জীৱনক জুমি চোৱাৰ প্রয়াস কৰা গগৈৰ বাবে দিহা নাম -টোকাৰী গীতেই নিচা আৰু পেছা। #folkstories #sursamalaya #culturalmapping #documentation #assameseculture #assam #dihanaam #tokarigeet #kamalagogoi #folkmusic
Conceived II Created II Produced by:
Research and Documentation Cell
Sur Samalaya Resource Centre for Arts, Sibsagar, Assam
write to us: sursamalayaresourcecentre@gmail.com
talk to us:9678645708
follow us:
Facebook: / sur-samalaya-resource-...
Instagram: sursamalayaresourcecentre
Buy our indigenous Assamese Musical Instruments: sursamalaya.wi...
Негізгі бет Folk Stories II Episode 3 II Kamala Gogoi
Пікірлер: 2