▶️গংগোত্ৰী হাজৰিকাক মনত আছেনে? আজি ঘোষিত HSৰ ফলাফলত উত্তীৰ্ণ হ'ল স্বাভিমানী যুৱতীগৰাকী। অদম্য সাহস, ধৈৰ্য আৰু একাগ্ৰতাৰে নিজৰ ঘৰখনৰ দায়িত্ব লোৱাৰ লগতে নিজৰ অধ্যয়নো চলাই নিছে গংগোত্ৰীয়ে। ই-ৰিক্সা চলাই বৃক্কৰ ৰোগত অসুস্থ দেউতাকৰ চিকিৎসা, ঘৰখনৰ খৰচ বহন কৰে যুৱতীগৰাকীয়ে। ভৱিষ্যতে এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন গংগোত্ৰীৰ।
- Ай бұрын
গংগোত্ৰী হাজৰিকাই HS পাছ কৰিলে...
- Рет қаралды 33,499
Пікірлер: 45