গুৱাহাটীত কংগ্রেছৰ প্রাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্রচাৰ চলালে গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে। বিশাল বাইক ৰেলীৰ পিছত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্রহণ কৰি দুই গগৈয়ে সম্বোধন কৰে জনতাক। বিজেপিক তীক্ষ্ণ সমালোচনাৰে কংগ্রেছক ভোট দিবলৈ আহ্বান জনায় নেতাদ্বয়ে। এই সভাত উপস্থিত থাকে বিৰোধী ঐক্য মঞ্চৰ অন্য সহযোগী দলৰ নেতাৰ লগতে নাগৰিক সমাজৰ লোকো।
#pratidintime #assam #নিৰ্বাচনমানেইপ্ৰতিদিনটাইম #electionwithpratidintime
Негізгі бет গুৱাহাটীত কংগ্রেছৰ প্রাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্রচাৰ চলালে গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে..
Пікірлер: 262