▶️এইবাৰ গুৱাহাটীত যুৱতীৰ ওপৰত উবেৰ চালকৰ দাদাগিৰি। নিৰ্ধাৰিত ভাড়াতকৈ অতিৰিক্ত ভাড়া বিচাৰি হাৰাশাস্তি যুৱতীক। যুৱতীক অশ্লীল গালি-গালাজ উদণ্ড উবেৰ চালকৰ। গুৱাহাটীত যাতায়াত কৰোঁতে কিমান সুৰক্ষিত যুৱতী-মহিলা? কিয় অধিকাংশ উবেৰ চালকে অতিৰিক্ত ভাড়া খোজাটো অঘোষিত নিয়মত পৰিণত হৈছে?
- Күн бұрын
গুৱাহাটীত যুৱতীৰ ওপৰত উবেৰ চালকৰ দাদাগিৰি
- Рет қаралды 10,758
Пікірлер: 113