📣হাজং-চাকমা নে মৰাণ-মটক?
📣হিমন্তবিশ্ব বনাম কিৰেন ৰিজিজু!
📣ৰিজিজুৰ মতে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা ইতিমধ্যে আৰম্ভ হৈছে!
📣কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও নিৰ্দেশ দিছে হিমন্তবিশ্ব শৰ্মাক!
📣হিমন্তবিশ্ব শৰ্মাৰ মন্তব্য... কিৰেণ ৰিজিজু অসমৰ মুখ্যমন্ত্ৰী নহয়! অসমৰ মুখ্যমন্ত্ৰী মইহে!
📣CAAৰ ভয়াবহতাৰ কথা প্ৰকাশ পাইছে কিৰেণ ৰিজিজুৰ বক্তব্যত!
📣অৰুণাচলৰ বাবে CAA আশীৰ্বাদ অসমৰ বাবে CAA অভিশাপ!
📣দায়সৰা মন্তব্যৰে পলাব খুজিছে নেকি হিমন্তবিশ্বই?
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - facebook.com/nenownews/
Twitter - twitter.com/NENowNews/
Instagram - instagram.com/northeast.now
Негізгі бет হাজং-চাকমা নে মৰাণ-মটক? দায়সৰা মন্তব্যৰে পলাব খুজিছে নেকি হিমন্তবিশ্বই?
Пікірлер: 339