হোলী গীত🙏 অ...আবিৰ ল...ৰঙ্গে পৰিবেশন অসমৰ কলা - সংস্কৃতি চন্দনা পাৰিজাত দলটি🙏🙏
আমাৰ ইউটিউব অসমৰ কলা - সংস্কৃতি চন্দনা পাৰিজাত চেনেল লৈ আপোনালোকক আদৰণি জনাইছোঁ
My KZitem Channel:- axom kola- xonskriti Chandana Parijat
নমস্কাৰ,
আমি ইউটিউব চেনেল টো নাম খলনি কৰিছো কিয়নো অসমৰ যিনাম কলা - সংস্কৃতি আছে তাৰে কিছু আমাৰ পাৰিজাত দলটি য়ে শিকাৰ ইছুকেৰে কিছু বিয়া গীত, হোলি গীত,দিহানাম,বিহু সমূহ পৰিবেশন কৰিম বুলি আশা কৰিছো অসম বাসী ৰাইজে আঁকোৱালি লয় আগৰদৰে আমাক মৰম বোৰ জাচিব বাবে আমি আশাবাদী🙏আৰু লগতে আমি আপোনালোকৰ পৰা বহুখিনি সহাঁৰি পাইছোঁ এনেদৰে আমাক আগলৈ সহাঁৰি জনাব লগতে আমাৰ ভিডিও সমূহত হোৱা ভূল বোৰ আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ
#My Telegram Channel
#https//t.me/axomrkola-xonskritichandanaParijat
🙏এই আৰম্ভণি দিহানাম ফাকি কেনেকুৱা পালে নিশ্চয় জনাব 🙏
ধন্যবাদ🙏
Негізгі бет হোলী গীত🙏 অ...আবিৰ ল...ৰঙ্গে পৰিবেশন অসমৰ কলা - সংস্কৃতি চন্দনা পাৰিজাত দলটি🙏🙏
Пікірлер: 6