" হাঁহ আৰু মুৰ্গীৰ কণীৰ উৎপাদন কেনেদৰে বঢ়াব পাৰি ।। How to increase Chicken & Duck egg production."
হাঁহ আৰু মুৰ্গীয়ে কণী পাৰি থকা অৱস্থাত হঠাতে কণীৰ উৎপাদন কমি যায় বা কেতিয়াবা বাকলি নথকা কণী পাৰে নাইবা কেতিয়াবা নিজৰ কণী নিজে খুটিয়াই খায়।
সেয়েহে এইবোৰ সমস্যা অতি সহজে সমাধান কৰিব পাৰি।
সেয়েহে বন্ধু- বান্ধৱীসকল, মই মোৰ KZitem Channel "HELP - Always for you" ৰ জৰিয়তে কেনেদৰে হাঁহ আৰু মুৰ্গীৰ কণীৰ উৎপাদন বঢ়াব পাৰি তথা উপৰোক্ত সমস্যাৰ সমাধান কৰিব পাৰি সেই বিষয়ে আপোনালোকলৈ ভিডিও টো আগবঢ়ালো।
যদি ভিডিওটো ভাল পাই তেন্তে অনুগ্ৰহ কৰি LIKE, SHARE আৰু SUBSCRIBE কৰাৰ লগতে Comment কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।
………………………………………………………………………………………………………………………………. ……
Stay tuned for more such informative videos in future, press the bell icon and subscribe our channel "HELP- Always for you".
Thank You.
……………………………………………………………………………………………………………………………………
#HowtoincreaseChicken&Duckeggproduction, #Howcanincreaseeggproduction, #TipstoImproveEggQuality, #Howtoincreaseeggsizenaturally, #Howtoincreaseeggproductioninchickens, #Whatarethecausesofloweggproductioninchicken, #ChickenEggProduction, #Layingduck, #DuckfarmingforEggs, #LayerChicken,
Негізгі бет হাঁহ আৰু মুৰ্গীৰ কণীৰ উৎপাদন কেনেদৰে বঢ়াব পাৰি ।। How to increase Chicken & Duck egg production.
Пікірлер: 21