বৰপেটাৰ হাউলীত সংগীতানুষ্ঠানৰ মাজতে হঠাত্ খঙত টিঙিৰি তুৰুলা হ’ল জুবিন। খং ইমানেই উঠিল যে গাব লোৱা গীতটোৱেই নাগাই অন্য গীত গালে জুবিন গাৰ্গে। জুবিন গাৰ্গৰ খং উঠিল সহশিল্পীয়ে অসমীয়া গীত ৰোমান লিপিত লিখি অনা বাবে।
- 5 жыл бұрын
হাউলীৰ মঞ্চত জুবিনৰ হঠাত্ খং || Zubeen Garg again angry at Howly, Barpeta
- Рет қаралды 586,582
Пікірлер: 609