Audio Credit -
Albam - Maaguri Voll-ii
HALIKI JAAN SORAIE
Barekuri boivobor Nibedon
Lyrics/Tune - Manuram Chutia
Singer - Manuram Chutia, Purbalokhi Borah
Suijyakumar Chutia
Mix-Masterd - Bikram Chawrok
Dhol - Pal Utpal
Flute - Mantu Neog
Recorded - Chawrok Music
Lyrical Video - Monideep Duarah
Special Thanks - Binud Chutia, Dr Dulukanto Moran, Basanta Chutia, Hudhan Borah, Baby Sonowal Chutia, Diganta Moran, Poragjyoti Moran, Popy Borah
#moranbihu #maguri #assamesenewvideo,
#manuramkuhipatstudio #halikijaansoraie
@manuramchutia
শালিকী চৰাইয়ে ঐ বহে যোৰে পাতি...
ঐ গছৰ ডাল শুৱনি কৰি..
হেই.........মোকে সোন নিবিহি তোৰেনো ঐ কাষলৈ
ঐ বৰে ঘৰ শুৱনি কৰি...
শালিকী জান চৰাইয়ে ঐ জান ঐ
উৰেনো যোৰে পাতি
গছৰে ঐ ডালতে ঐ জান ঐ.....
বহেনো যোৰে পাতি
হেনোযোৰ দেখিলে ঐ জান এনে বেয়া লাগে
দোগালে দুধাৰী ঐ জান চকুলো বাগৰে।
মই হলো জান দুখীয়া ঐ জান ঐ...
আনৰে খুজি খোৱা
তোকে নো ভাল পালেও ঐ জান ঐ ...
একো দিব নোৱাৰোং
একো দিব নোৱাৰোং মই ।
শালিকী জান চৰাইয়ে দেহা ঐ......
উৰেনো যোৰে পাতি।
গছৰে ঐ ডালতে দেহা ঐ.....
বহে যোৰে পাতি
হেনোযোৰ দেখিলে দেহা এনে বেয়া লাগে
দোগালে দুধাৰী দেহা চকুলো বাগৰে।
মৰমে ঐ নামানে দেহা ঐ
ধনী নো ঐ দুখীয়া
প্ৰেমে কি ঐ বিচাৰে দেহা ঐ
তয়ে দেহা নুবুজ
মৰমেৰে ভৰাবি হিয়া
মৰমেৰে ভৰাবি হিয়া
হেই......
দুখীয়াৰ জীৱনত ঐ জান ঐ
মোৰেনো ভাল পোৱা ঐ জান ঐ কিয়নো নুবুজ
তোৰে নো ঘৰত গৈ ঐ জান হঠাতে ওলাম গৈ
মনৰে কথা বোৰ ঐ জান ঐ...
মা দেউতাক কমেগৈ মই
মা দেউতাক কমেগৈ মই
দেউতাই যদি নিদিয়ে ঐ জান ঐ
পলাই মোলৈ যাবিনে
তোকে নো বিয়া কৰাই
ঐ জান ঐ থাকিম নো সুখ দুখেৰে
থাকিম নো সুখ দুখেৰে আমি
হেই..
দুটি মন মিলি লৈ দেহা হিয়া হাত পৰিলে
সংসাৰ খন চলামে অ দেহা দুয়ো একেলগে
আহিবি চেনাই ঐ
অ দেহা মোকে নো নিবলে
মা দেউতাই নিদিলেও অ দেহা
পলাই যাম তোলেকে
পাহৰিম জীৱনৰ দুখ
পাহৰিম জীৱনৰ দুখ....
Негізгі бет Музыка HALIKI JAAN SORAIE || MORAN BIHU2022 || MANURAM CHUTIA || PURBALAKHI BORAH || SUIJYA KUMAR CHUTIA
Пікірлер: 124