Mur eta prosno asil prosno tu hol jee namgharot okol shri krishna puja baa upasana kora hoi radha krishna baa radha r upasana baa puja kora na jai kiooo plzz answer tu dibo probhu 🙏
Ai ahar mahat ambowasi ji sokle siva puja ba parbotik puja kre sei manuhbore ambobasi Mane...
@muninoza4944
2 ай бұрын
লণ্ডন আমেৰিকা আদি উন্নত দেশ বিলাকত এই ষাঠ চুৱা অম্বুবাচী এইবোৰ মানে নেমানে খবৰটো প্ৰভু লবচোন যিহেতু পৃথিৱী একেখনেই । ভাৰতবৰ্ষৰ অসমতহে পৃথিৱীৰ যোনী মুখখন আছে নেকি কথাটো জনালে ভাল পাম ।
@madhurjyaborah-yy5rt
2 ай бұрын
অসমৰ ই ক্ষেত্ৰাচাৰ । এটা দৰ্শন আছে যিটো কথা আমি ভিডিঅ'টোত কৈছোৱেই । মানে / নামানে নিজা অভিৰূচিৰ কথা । ভূৰ্মিৰ উৰ্বৰ শক্তি বৃদ্ধি হ'বলৈ প্ৰত্যক্ষ ৰূপত সেই কেইটা দিন ভূমি ( যিহেতু আমি বসুমতীক ও মাতৃ জ্ঞান কৰো ) ক কোনোধৰণৰ হস্তক্ষেপ কৰা নহয় । পুনৰ কও মনা/ নমনা নিজ অভিৰুচিৰ কথা । কিন্তু এই দৰ্শনক আমি উলাই কৰিব নোৱাৰো
@narayannath1749
Жыл бұрын
মই এটা কথা জানিব বিচাৰোঁ যে মাহেকীয়া সময়ত মহিলা সকলে নামঘৰলৈ গৈ নাগাৰা নাম পৰিৱেশন কৰিব পৰা যায় নে নাযায়, কাৰণ বৰ্তমান সময়ত দেখা পোৱা গৈছে যে মহিলা সকলে সদায় ধৰ্মীয় অনুষ্ঠানলৈ গৈ নাম পৰিৱেশন কৰে,
@madhurjyaborah-yy5rt
Жыл бұрын
চাওকচোন । শাস্ত্ৰৰ সহায় নোলোৱাকৈয়ে সাধাৰণ মানসিকতাৰ স্তৰতেই এই কথা বোধগম্য যে ৰজস্বলা অৱস্থাত কোনোকাৰণতে নামঘৰ , মন্দিৰ সোমোৱা নিষিদ্ধ , ব্যভিচাৰ মাত্ৰ হে ।
কৃষ্ণ কৃষ্ণ বাপ। আপুনি এই বিলাক কি কয় আছে। আপুনি ভাগৱত অধ্যয়ণ কৰি ইয়াকে পালে। আপুনি কোন সমাজৰ নো।এক দেৱ এক সেৱ একত বিনে নাই কেৱ । এই ফাকিয়ে মূল মন্ত্ৰ।কলি যুগত। কৃষ্ণত বাহিৰে অন্য দেৱ দেৱীক মানা টো অপৰাধ। তেনে ক্ষেত্ৰত ৰজচলা আৰু কিবা এই বিলাক কৰ পৰা আহিল ।১৮ পুৰণ পুঠি ভাগিৰ ভিতৰত ভাগৱত ভাগিতে সাৰ কথা খিনি আমাৰ কলি যুগৰ মানুহক মানিবলৈ দিলে। তেনে ক্ষেত্ৰত বশুমতী চুৱা এই বিলাক।বাপ আপোনালোকে ভাগৱত গীতা অধ্যয়ন বাখ্যা কৰে । আমি কাৰ বাখ্যা মানিম । আমি অধম মূৰ্খ ই নাজানো। অপৰাধ ক্ষমিব কৃষ্ণ কৃষ্ণ।
@augustmurah4633
Жыл бұрын
যুগৰ ধৰ্ম এক হৰি নাম বুলি জনা যায়,
@axommahakal4748
Жыл бұрын
Bondhu Mur ata kheli meli lagi ase--- Krishna aru Ram beleg beleg ne akejone 🥺🙏 Moi krishnat xoron loi mur mukhere Ram nam hee besikoi ulay kiba aporadh lagibo nki 🥺🙏Ram nam bahira manhe loi ami Krishna buli kobo lage aibur kotha manuhr mukhot xunibo paw ..hai bbe mur voi vab ahise...bujai dibo sun 🙏🙏Mur mukhere Ram Ram buliye ulay..aru krishna buli ulay jodiyo alop kom... 🥺🙏🙏Dukh hb neki baru..moi continue koribo parim ne Ram ram buli koiye 🥺🙏
@satyajeetdas433
Жыл бұрын
Krishna aru ram eke jonai .bhagban vishnu eai bishwa barmandor goraki .vishnu 24 ta abatar bhitorot shri ram eta abatar .
@mukulbaruah1833
Жыл бұрын
Kunu Brahma,Vishnu, Eswar Brahmand t nai. Eswar/Atma,Swarg/Narok, Ahajanma/Parojanma, Paromatma khakal u gukat misa. Eswar/Devi/Devata aney khelna jiye kebol Obc,St,Sc k hey voy khuai aru Brahomnr babey Jibaka/Uparjonr mul dhon. Ram, krishna khakal u missa.
@mukulbaruah1833
Жыл бұрын
@@satyajeetdas433 Apuni voy nakoriba. Ramayan,Mahabharat,Bhagawat Gita, Bed,Puraan, Upanikhad, Monusmrity pahiley ai kitap bilak t likha Susan/Lunthanr kotha buji paba. Eswar nai, apuni jodi bisarey moi proman dim. Apunar mobile number coment t diok.
কি হাস্যপদ কথা কৈছে বাৰু, এদিনৰ বাবে গৰু পোহা সকলৰ বাদে বাকী সকলে সদায় খুটি মাৰিব নালাগে
@liladas1146
Жыл бұрын
তোলনী বিয়া পতাটো এটা Advertigement. Post এটা Vacant হৈছে বুলি জনোৱা৷অন্য একো নাই
@biswajitbaruah3564
Жыл бұрын
Madhujyai hundarkoi bujai dile patiba lage ne nalage .
@narayanhazarika4493
Жыл бұрын
এটা কথা বুজি নাপালো যদি ৰজচচলা মহিলা গৰাকী অপবিত্ত নহয় বুলি মানে তেন্তে সাতৰ চুৱা বুলি কিয় কয়? আৰু চুৱা অসুচী এই শব্দ বোৰ কোন সম্প্ৰদায়ে সৃষ্টি কৰিলে ? প্ৰকৃততে ইয়াৰ অৰ্থ কি ? মই ভাবোঁ ইয়াৰ উত্তৰো তোমাৰ ওচৰত আছে গতিকে জনাবলৈ নাপাহৰিবা।
Пікірлер: 100