১৯৪৩ চনৰ আজিৰ দিনটোতে(২০/০৯/১৯৪৩) জন্ম স্বৰ্গীয় জয়ন্ত হাজৰীকাই অসমৰ সংগীত জগতলৈ এক নতুন গতি আনি দিলে ... আজি তেওঁৰ জন্মদিনটোত তেওঁক শ্রদ্ধাৰে সোঁৱৰিছো ৷
আজি তেও্ঁৰ জন্মদিনটোত এই গীতটোৰেই সোঁৱৰিছো .....
এই আকাশ বৰ বিশাল
এই পথাৰ বৰ ৰসাল
তেও্ঁ কিয় লাগে উকা
তেও্ঁ কিয় লাগে উকা
মোৰ মন পথাৰৰ তেজ
তই ৰুবি হৈ জীপাল ৷৷
আহ উৰি আহ
সৌ সজল মেঘ
চা জুমি চা
সৌ কোমল মেঘ
মন আকাশ বৰ বিশাল
মোৰো হৃদয় বৰ ৰসাল ৷৷
জুৰি বয় নদী লৈ
নদী যায় সাগৰ লৈ
মন সোণ চুব লৈ
সোণ যায় বতাহে হৈ ৷৷
তই নদী হৈ
আহ কাষলৈ
মন সাগৰত
তই হাঁহি হৈ
মন সাগৰ বৰ বিশাল
মোৰো হৃদয় বৰ ৰসাল
তেও্ঁ ও কিয়
লাগে উকা ৷৷
**********
Негізгі бет এই আকাশ বৰ বিশাল.mp4
Пікірлер: 5