সৰ্বানন্দ সিংহ নগৰ নামঘৰ পৰিচালনা সমিতিৰ সৌজন্যত সৰ্বানন্দ সিংহ নগৰ নামঘৰ যুৱ সমাজৰ উদোগত নৱৰঙ্গ নাট্য গোষ্ঠী, তিনিচুকীয়া আৰু বৰগুৰি বাসী ৰাইজৰ সহযোগত শিশু ভাওনা দিহানাম প্ৰতিযোগিতা ।
নাট-দক্ষ যজ্ঞ
আলোক সন্ধানী শিল্পী সমাজ,ভাদৈ পাচঁ আলি
স্থান-স্থান-সৰ্বানন্দ সিংহ নগৰ নামঘৰ, বৰগুৰি, তিনিচুকীয়া
তাৰিখ-১৭ মাৰ্চ, ২০২৩ ( বুধবাৰ )
উদযাপন সমিতিৰ সকলো বাপ বান্ধবৰ লগতে দৰ্শন বৃন্দ আৰু ভাওনাৰ শিল্পী সকললৈ অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা সেৱা নিবেদন কৰিছো... জয় গোবিন্দ কৃষ্ণ
জয় গুৰু শংকৰ
#anupombitupon #vauna #bhawna #bhaona
#Dakhya_jaigya
Негізгі бет Ойын-сауық শিশু ভাওনা প্ৰতিযোগিতা | দক্ষ যজ্ঞ | Dakhya Jaigya | Bhaona | Vauna Competition | Anupom Bitupon
Пікірлер: 56