#BigBreaking ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানক স্পষ্টভাৱে কৈ দিছে ইৰাণে- ''ইজৰাইলে যদি কোনো পদক্ষেপ লয় ইয়াৰ যোগ্য ব্যৱস্থা লোৱা হ'ব।'' পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ আছে ইৰাণৰ ১০ লাখ সেনা। ইয়াৰ মাজতে লেবাননৰ তৰফৰ পৰা ৰকেট নিক্ষেপ কৰা হৈছে ইজৰাইলৰ কেইবাটাও প্ৰান্তলৈ। ইজৰাইলৰ কেইবাটাও প্ৰান্তত হাইএলাৰ্ট
- Күн бұрын
ইজৰাইলৰ কেইবাটাও প্ৰান্তত হাইএলাৰ্ট
- Рет қаралды 22,193
Пікірлер: 57