KZ
item
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Кіру
Тіркелу
Кіру
Тіркелу
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Негізгі бет
শিৱসাগৰ খামুন কৈৱৰ্ত হৰি মন্দিৰ
Күн бұрын
শিৱসাগৰ খামুন কৈৱৰ্ত হৰি মন্দিৰ
Рет қаралды
28,575
জ্যোতিময় Jyotimoy
1
1
Жүктеу
Пікірлер: 70
@RajkumarSarma-hn5fy
3 ай бұрын
Jay sevsangkor ji. Jay Sre ram. Jay. Honuman ji. Jayhu
@khirodbhuyan5967
4 ай бұрын
Krishna 🙏
@swapnagogoi8702
4 ай бұрын
Krishna Krishna Krishna Krishna
@asomiaasom6008
4 ай бұрын
শংকৰ মাধৱ ভাগৱতৰ নামত জগত সৃষ্টিৰ সময়ৰ পৰা ঈশ্বৰে দিয়া ঈশ্বৰ ভক্তি কৰ্ম ধৰ্ম নীতি নিয়ম বিহিত বিধান ভুল ধৰি ব্যাখ্যা কৰি লোকক প্ৰভাবিত কৰি ত্যাগ কৰাই অসমীয়াক বিভ্ৰান্ত কৰাই নৰকত পঠোৱাৰ ব্যৱস্থা কৰি আছে এই জনা পাষণ্ড দুৰাচাৰ অধমে ।হেৰৌ মতিভ্ৰম পণ্ডিত সংস্কৃত ভাগৱতৰ লগত অসমীয়াত অনুবাদ ভাগৱতৰ পদৰ অৰ্থ অমিল কিয় ?সংস্কৃত ভাগৱত মুল নে অসমীয়া পদৰ ভাগৱত মুল ? হেৰৌ পণ্ডিত প্ৰাণজিত গগৈ তই ঈশ্বৰৰ বাণী বেদৰ বাণী বেদৰ বিহিত ঈশ্বৰ ভক্তি কৰ্ম আচৰণ তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান ব্ৰতৰ বিৰুদ্ধাচৰণ কৰি ত্যাগ কৰি কেৱল কৃষ্ণ শংকৰ মাধৱৰ নাম লৈ তই মুক্তি বৈকুণ্ঠ গতি পাবিনে ? তোৰ গুৰু মাধৱদেৱে মুক্তি পাই বৈকুণ্ঠ গতি পাইছেনে ? তঁহত শংকৰী সকলে মুক্তি বেকুণ্ঠগতি পাবানে ?মুৰ্খ প্ৰাণজিত গগৈ তই দেৱ দেৱী সকল কোন ভালকৈ পঢ়ি বা আন লোকক শুধি শিকি বুজি জানি লোৱা পিছত দেৱ দেৱীৰ বিৰুদ্ধাচৰণ কৰিবা । তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান ব্ৰত কৰিলে মুক্তি নাপায় আৰু ঈশ্বৰক তপ জপ যাগ যজ্ঞ পূজা দান ব্ৰত শ্ৰাদ্ধ পিণ্ড দিব নালাগে বুলি কোন খন শাস্ত্ৰই কৈছে শ্লোক উল্লেখ কৰি জনাবা কিন্তু নকল ভুল বিভ্ৰান্তকাৰী পদ সন্ধ্ৰিবিষ্ট অসমীয়া ভাগৰতৰ পদ নকবা কাৰণ অসমীয়া ভাগৱতৰ লগত সংস্কৃত ভাগৱতৰ অমিল আছে ।মুৰ্খ প্ৰাণজিত গগৈ বাসুদেৱ দৈৱকী নন্দন কৃষ্ণৰ উৎপত্তি প্ৰকাশ আগত নে শিৱ ব্ৰহ্মা বিষ্ণু মহেশৰ লক্ষ্মী সৰস্বতী আদি দেৱ দেৱীৰ প্ৰকাশ হৈছিল ?দ্বাপৰৰ শেষত দৈবকী নন্দন কৃষ্ণই ব্ৰহ্মা বিষ্ণু মহেশ্বৰক কেনেকৈ কৃষ্ণই সৃষ্টি কলিছিল ? ব্ৰহ্মা বিষ্ণু হৰ শিৱ মহৃশ্বৰে দৈৱকী নন্দন কৃষ্ণক ভজিছিল বুলি কোনখন শাস্ত্ৰত আছে মায়াবী ভাগৱতৰ পদৰ বাহিৰে ?প্ৰাণজিত গগৈ প্ৰথমে তই সৃষ্টিৰ আদিতে কি কি নামত গুণত স্বৰূপত ঈশ্বৰ প্ৰকাশ হৈছিল ভালকৈ শাস্ত্ৰ সমুহ পঢ়ি শিকি বুজি জানি লোৱা তাৰ পিছত মায়াক আৰু ভক্তিধৰ্মক আশ্ৰয় কৰি মায়াময় ভাগৱতৰ মায়াবী পদ আওৰাই লোকক ভক্তি ধৰ্মৰ জ্ঞান দিবা ।প্ৰাণজিত গগৈ তই শ্ৰীকৃষ্ণক মানা যিহেতু গীতাত শ্ৰীকৃষ্ণই কি জ্ঞান উপদেশ সিদ্ধান্ত দিছে ভালকৈ অধ্যয়ণ কৰি শিকি বুজি জানি লোৱা ।বেদ শাস্ত্ৰ সন্মত বিহিত ভক্তি কৰ্ম আচৰণ ত্যাগ কৰিব দিছে নে নাই গীতাৰ সিদ্ধান্ত উপদেশ ভালকৈ শিকি বুজি জানি লোৱা কাৰণ গীতা শ্ৰীকৃষ্ণৰ পোনপতীয়া উপদেশ কিন্তু ভাগৱতৰ উপদেশ ব্যাসৰ দ্বাৰা লিখা উপদেশহে , ভাগৱতৰ উপদেশ গীতাই সমৰ্থন নকৰে ।ব্যাসে লিখা ভাগৱতৰ বহু উপদেশ সিদ্ধান্ত গীতাই অগ্ৰাহ্য খণ্ডন কৰিছে ।অসমীয়া পদৰ ভাগৱতে বেদ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বাণী উপদেশ সিদ্ধান্ত অগ্ৰাহ্য কৰিছে কিন্তু গীতাই পুৰ্ণ সমৰ্থন কৰিছে বেদ ব্ৰহ্মা বিষ্ণু মহেশ্বৰক আৰু বেদ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বাণী জ্ঞান উপদেশ সিদ্ধান্তক মানিব দিছে কৰণীয় ভক্তি কৰ্ম আচৰণ বুলি কৈছে ।গীতাৰ ওঠোৰ অধ্যায় মোক্ষসন্যাস যোগত স্বয়ং কৃষ্ণই সিদ্ধান্ত দিছে এই বুলি - য়জ্ঞদানতপঃকৰ্ম ন ত্যাজ্যং কাৰ্যমেৱ তৎ। য়জ্ঞো দানং তপশ্চৈৱ পাৱনানি মনীষিণাম ।।৫ এতান্যপি তুকৰ্মাণি সঙ্গং ত্যক্তা ফলানি চ । কৰ্তব্যানীতি মে পাৰ্থ নিশ্চিতং মতমুত্তমম,।।৬ নিয়ততস্য তু সন্যাসঃ কৰ্মণো নোপপদ্যতে । মোহাত্তস্য পৰিত্যাগস্তামসঃ পৰিকীৰ্তিতঃ ।।৭ দুঃখমিত্যেৱ যৎ কৰ্ম কায়ক্লেশভয়াৎ ত্যজেৎ । স কৃত্যা ৰাজসং ত্যাগং নৈৱ ত্যাগফলং লভেৎ ।।৮ কাৰ্যমিত্যেৱ য়ৎ নিয়তং ক্ৰিয়তেহৰ্জুন । সঙ্গং ত্যক্তা ফলঞ্চৈৱ স ত্যাগঃ সাত্ত্বিকো মতঃ ।।৯ স্বে স্বে কৰ্মণভিৰতঃ সৎসিদ্ধিং লভতে নৰঃ । স্বকৰ্মনিৰততঃ সিদ্ধিং য়থা বিন্দতি তচ্ছৃণু ।।৪৫ য়তঃ প্ৰবৃত্তিৰ্ভূতানাং য়েন সৰ্বমিদং ততম । স্বকৰ্মণা তমভ্যৰ্চ্য সিদ্ধিং ৱিন্দতি মানৱঃ ।।৪৬ শ্ৰেয়ান্স্বধৰ্মো ৱিগুণঃ পৰধৰ্মাৎ স্বনুষ্ঠিতাৎ । স্বভাৱনিয়য়তং কৰ্ম কুৰ্বন্নাপ্নোতি কিল্বিষম্ ।।৪৭ সহজং কৰ্ম কৌন্তেয় সদোষমপি ন ত্যজেৎ । সৰ্বাৰম্ভা হিদোষেণ ধূমাগ্নিৰিৱাৱৃতাঃ ।।৪৮ গীতাৰ তৃতীয় অধ্যায় কৰ্মযোগত কৈছে - ন কৰ্মণামনাৰম্ভান্নৈষ্কৰম্যং পুৰুষোহশ্লুতে । ন চ সংন্যসনাদেৱ সিদ্ধিং সমধিগচ্ছতি ।।৪ নিয়তং কুৰু কৰ্ম ত্বং জ্যায়ো হ্যকৰ্মণঃ । শৰীৰয়াত্ৰাপি চ তে ন প্ৰসিদ্ধেদকৰ্মণঃ ।।৮ য়জ্ঞাৰ্থাৎ কৰ্মণোহন্যত্ৰ লোকোহয়ং কৰ্মবন্ধনঃ । তদৰ্থ কৰ্ম কৌন্তেয় মুক্তসঙ্গঃ সমাচৰ ।।৯ ওপৰ উল্লেখিত গীতাৰ কৃষ্ণৰ উপদেশ জ্ঞান সিদ্ধান্তই প্ৰাণজিত গগৈ তঁহত শংকৰী সকলোক ভুল দুৰাচাৰ পাষণ্ড অধৰ্মী বুলি প্ৰমাণ কৰিছে ।সংস্কৃত শ্লোক সমুহ যদি বুজি নোপোৱা নৱম দশম শ্ৰেণীৰ সংস্কৃতৰ ছাত্ৰ ছাত্ৰীৰ ওচৰত গৈ অৰ্থ বুজি লবা দেই প্ৰাণজিত গগৈ ।
@sanskritaboro239
3 ай бұрын
অ এইজন আকৌ ব্যাসর ককাক নেকি?আমার গুরু দুজনাক আরু বাপজনাক উভতি ধরিছে য়ে?
@asomiaasom6008
3 ай бұрын
@@sanskritaboro239তোমাৰ গুৰু দুজনাই যি সংকীৰ্ণ একপক্ষীয় স্বাৰ্থপৰ একশৰণীয়া কৃষ্ণ ভক্তি শংকৰী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি গৈছে তাক গীতাই বাৰণ কৰিছে ।মই গীতাৰ শ্ৰীকৃষ্ণৰ বাণী উপদেশ জ্ঞান গিদ্ধান্ত কেইটামান প্ৰকাশ কৰিছো সেই শ্লোক সমুহ ভুল বুলি প্ৰমাণ কৰা ।তোমালৈক শংকৰী বৈষ্ণৱ সকলে বৰ্তমান যি আচৰণ কৰি আছা সেই তেনে আচৰণ গীতাত কৃষ্ণই বাৰণ কৰিছে তেনে আচৰণৰ লোক অধম বুলি কৈছে ।প্ৰাণজিত গগৈয়ে যি আচৰণ কাৰ্য কৰি আছে সেয়া গীতাৰ শ্ৰীকৃষ্ণৰ বিৰোধী ।নিৰপেক্ষভাবে গীতাৰ লগত প্ৰাণজিত গগৈৰ শংকৰী আচৰণ মিলাই চাবা মই কোৱা কথাৰ সত্যতা পাবা ।মই গীতাক শ্ৰীকৃষ্ণক বিশ্বাস কৰো কাৰণে প্ৰাণজিত গগৈৰ লগত একমত নহও ।
@RajkumarSarma-hn5fy
3 ай бұрын
Val koyse
@RajkumarSarma-hn5fy
3 ай бұрын
Ee. Deb debek beyak hahe
@Mondiiip_vlogs
3 ай бұрын
Good
@poragboruah4156
4 ай бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@putulsaharia2459
4 ай бұрын
🙏🙏🙏🙏
@keshabbora7742
4 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rekhagogoi322
4 ай бұрын
Krishna provu hamasta aapunahabar lagate tat upabista hamasta janare saran pankgat hewavagi nibedan karilu ,🙏🙏🙏
@LALITDEKA-y8t
4 ай бұрын
Krishna🙏🪔krishna
@reemagogoi5129
4 ай бұрын
কৃষ্ণ-কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏😰
@pallabikagohain5720
4 ай бұрын
কৃষ্ণ বাপ জনা জয় গুৰু শংকৰ মাধৱ ৰাম 🙏 জানি এক কৃষ্ণ নামে লৈলো শৰণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@paramananda5403
4 ай бұрын
কৃষ্ণ🙏🙏🙏
@ManuranjanChetia-oi6uq
4 ай бұрын
কৃষ্ণ
@Narendrasaikia556
4 ай бұрын
Ramkrisnaramkrisnagovindkrisnanarayon
@rajudutta6401
4 ай бұрын
প্ৰহ্লাদৰ দৰে ভক্ত হ'ব পাৰিলে কথা নাই। কিন্ত তাৰ আগতে ই বৈদিক লৌকিক কৰ্মসমূহ ত্যাগ কৰিলে সেইজনে ইকুলো নাপাব সিকুলো নাপাব । গতিকে শুদ্ধ ভক্তসকলে তেওঁলোকক নিৰাশ কৰাতো উচিত নহয়।
@japanidas6859
4 ай бұрын
কৃষ্ণ ৰাম নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধৱ ৰাম ৰাম ৰাম।
@khogeswarigogoi1902
4 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ
@AditPatar-d8j
3 ай бұрын
Krishna krishna krishna bap 👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@Adnant732
3 ай бұрын
এইজনৰ কাম নাই ।টকা নোলোৱাকৈ পাঠ নকৰে
@Mahananda.Hazarika.
4 ай бұрын
Sumitra Gogoi Krishna Krishna Bapjanai kara Prasnar Uttarsamuh Pranjit Bape bar Sundarkoi Prasna kara Bapjanak bujai dichhe gatike Mak Bapek Jeeyai thakoteai Pinda diba lage pinda maje valkoi khuwaba lage marile khabaloi nahe seai buli Aamikh nahai Niramikhhe Krishna Bap val lagil Bhagawatar katha suni Krishna Pranam janalo Aaponar legate Samasta Bap Aaisakalak Krishna 🙏
@PapariTalukdarKalita
3 ай бұрын
Bap aponour path bhout vall lagay .nalbari
@pritilatadeka4876
2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ সেবা
@paruldas2375
4 ай бұрын
জয় গুৰু শ্ৰী মন্ত শঙ্কৰদেৱ।
@indrajithazarika3411
4 ай бұрын
Krishna Krishna Krishna 🙏🙏
@brojengogoikrisnakrisna7975
4 ай бұрын
Krishna Krishna bap hewa janalu
@UrmilaBorah-ck1pd
4 ай бұрын
Krishna krishna krishna baap shway nebadulu krishna
@bipulhazarika8207
4 ай бұрын
Krisna bap,apunar hur2 eman dhuniya huni thakible mon jai
@hemaprabhasaikia5321
4 ай бұрын
কৃষ্ণ কৃষ্ণ বাপজনা সন্ধিয়া ভক্তি ভৰাসেৱাভাগি গ্ৰহন কৰিব কৃষ্ণ।
@ajoynagbonshi6795
3 ай бұрын
কৃষ্ণ কৃষ্ণ
@junumech7558
4 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে প্ৰাভু জনা কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ
@ujjalbaruah81
4 ай бұрын
🙏🙏🙏🙏
@mondiramech899
3 ай бұрын
Krishna 🙏
@PrasantaNath-bl3ex
3 ай бұрын
Little
@lipikarajkonwar5654
4 ай бұрын
কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ 🙏🙏
@dilipbaruah1655
4 ай бұрын
কৃষ্ণ কৃষ্ণ🙏🙏জই জগত গুৰু শ্ৰীমন্তৰ শঙ্কৰ
@pallabikagohain5720
4 ай бұрын
কৃষ্ণ ❤🪔🌹🙏 কৃষ্ণ ❤🪔🌹🙏 কৃষ্ণ ❤🪔🌹🙏
@abhijit7219
4 ай бұрын
🙏🙏🙏🙏
@AbhinashAbhinash-it6mh
4 ай бұрын
🕉️🕉️🙏🙏
@barnalidas7784
4 ай бұрын
কৃষ্ণ ৰাম নাৰায়ণ গোপাল গোৱিন্দ মাধৱ ৰাম ৰাম ৰাম ৰাম
@prahladchetia4233
4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@ranjumoniborahsaikia1684
4 ай бұрын
Krishna 🙏
@abhigyanborahanuhazarika167
4 ай бұрын
Krishana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@liladas1146
4 ай бұрын
ইমান নজনা লোক আছেনে ৷এইবোৰও বুজাব লগা হৈছে ৷মানুহৰ সময় কটোৱা উপায় নহয়নে?
@saratgogoi5339
4 ай бұрын
কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏
@LiladhorLiladhor
4 ай бұрын
Kota keita Val lagile
@JituHazarika-o3i
4 ай бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@Life_style-1990
4 ай бұрын
কৃষ্ণ নাম
@jeetasaikia7279
4 ай бұрын
কৃষ্ণ 🙏
@Beridabon
4 ай бұрын
Krishna
@KanaklataBoro-x7v
4 ай бұрын
Krishna Krishna bap
@violeenalaskar3742
4 ай бұрын
কৃষ্ণ কৃষ্ণ ৰাম গুরু হৰি |
@RupaliHazarika-v6d
4 ай бұрын
Krishna krishna
@NripenBorah-pk3wq
4 ай бұрын
Bujai thakok thakok nubujilai hol bap krishna o hori o ram
@kritarthamudoi5123
4 ай бұрын
কৃষ্ণ প্ৰভু🙏🙏🙏
@Narendrasaikia556
4 ай бұрын
Ramkrisnaramkrisnagovindkrisnanarayon❤❤❤❤❤
@HareshDowarah
4 ай бұрын
Krishna, krishna, krishna Prabhu ❤❤🎉🎉❤❤🎉🎉❤❤.
@Narendrasaikia556
4 ай бұрын
Ramkrisnaramkrisnagovindkrisnamadob
@subhashdas6421
4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@nomitagohain3546
4 ай бұрын
krishna bap
@ভক্তিদৰ্শন
4 ай бұрын
কৃষ্ণ🙏🙏
@jayaboruah4835
4 ай бұрын
🎉❤Krishna
@madhujyagogoi9721
4 ай бұрын
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম
Пікірлер: 70