অসমত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তিত এশ শতাংশ থলুৱাৰ বাবে সংৰক্ষণৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। মহাবিদ্যালয়ৰ অধ্যাপককে ধৰি অন্যান্য পদত নিযুক্তিৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ বাধ্যতামূলক কৰাৰো দাবী। উচ্চ শিক্ষা সঞ্চালকালয়ৰ জাননীৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ সভাপতি পলাশ চাংমাইৰ।
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com/profile/ishannews
Негізгі бет ISএশ শতাংশ থলুৱাৰ বাবে সংৰক্ষণৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
Пікірлер