We visited the historical Jalpesh Temple located on the banks of the Jarda river, 7-8 km from Mainaguri town in the Indian state of West Bengal.The main deity of the temple is Jalpesh, which is considered a form of Lord Shiva. আমি ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ মাইনাগুৰি চহৰৰ পৰা ৭-৮ কিলোমিটাৰ নিলগত জাৰ্দা নদীৰ পাৰত অৱস্থিত ঐতিহাসিক জলপেশ মন্দিৰটো চালোঁ। মন্দিৰৰ মূল দেৱতা হৈছে জলপেশ, যাক ভগৱান শিৱৰ এক ৰূপ বুলি গণ্য কৰা হয়।
It was founded in 1524 CE, by Maharaj Bishwa Singha, the first Koch dynasty ruler of Cooch Behar. The temple was rebuilt by Maharaja Narayan, son of Bishwa Singh, in 1563 AD. It was again rebuilt by Maharaj Pran Narayan, of Cooch Behar, in 1663 CE. The temple later came under the supervision of Raikat rulers of Jalpaiguri.It was restored on 30 January 1899 by Rani Jagadeswari Devi, of Raikat dynasty from Jalpaiguri, after the temple suffered damage during the earthquake occured in 1897 CE.
কোচবিহাৰৰ প্ৰথম জন কোচ ৰাজবংশৰ শাসক মহাৰাজ বিশ্ব সিংহই জলপেশ মন্দিৰটো ১৫২৪ চনত প্ৰতিষ্ঠা কৰিছিল৷ ১৫৬৩ চনত বিশ্ব সিংহৰ পুত্ৰ মহাৰাজ নৰ নাৰায়ণে এই মন্দিৰ পুনৰ সংস্কাৰ কৰে। ১৬৬৩ চনত কোচবিহাৰৰ শাসক, মহাৰাজ প্ৰাণ নাৰায়ণে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে। পাছলৈ এই মন্দিৰটো জলপাইগুৰিৰ ৰায়কত শাসকসকলৰ তত্বাৱধানত আহে।১৮৯৭ চনত সংঘটিত হোৱা ভূমিকম্পৰ ফলত মন্দিৰটোৰ ক্ষতিসাধন হোৱাত পিছত ১৮৯৯ চনৰ ৩০ জানুৱাৰীত জলপাইগুৰিৰ ৰায়কত জমিদাৰীৰ, ৰাণী জগদেশ্বৰী দেৱীয়ে মন্দিৰটো পুনৰ নিৰ্মাণ কৰে।
The ‘Shraboni Mela’ or Jalpesh Mela held during the month of Shrabon (July-August) and Maha Shivratri , attracts lakhs of devotees to this temple. শাওন (জুলাই-আগষ্ট) মাহত অনুষ্ঠিত হোৱা ‘শ্ৰাৱোনি মেলা’ বা জলপেশ মেলা আৰু মহা শিৱৰাত্ৰিত, এই মন্দিৰলৈ লাখ সংখ্যাত ভক্তৰ আগমন হয়।
#assam #assamesenews #westbengal #westbengaltourism #jalpaiguri #history #historical #historyfacts #kochrajbongshi #Coochbehar #geography #shiva #ganesha #vishnu #durga #shivaratri #travel #travelblogger #assamesevlogs #hinduism #mandir #entertainment
Негізгі бет Jalpesh Temple জলপেশ মন্দিৰ
Пікірлер: 1