৩০ছেকেণ্ডৰ ৰীলছৰ দৰে নহয় লাভষ্ট'ৰী।হোমৰ গুৰিত বহি ৭জনম একেলগে থাকিম বুলি কৈ দিয়াটো সহজ কিন্তু প্ৰতিশ্ৰুতি ৰক্ষা কৰাতো কিমান সহজ?কোনে জানে আপোনাৰ প্ৰিয়জনৰ হাততে আপোনাৰ মৃত্যু লিখা আছে?পংখীক ভালদৰে ৰাখিম বুলি কৈ বিয়াপাতি মৰিয়াই মৰিয়াই মাৰি পেলালে শিক্ষক নীতিকেশ দাসে!জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ ঘনিষ্ঠ বুলি নিজকে কৈ ফুৰা পাষণ্ডৰূপী নীতিকেশৰ হাতত প্ৰাণ গ'ল পংখী সন্দিকৈৰ
- 28 күн бұрын
জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ ঘনিষ্ঠ নীতিকেশে মৰিয়াই মাৰি পেলালে পংখী সন্দিকৈক
- Рет қаралды 795,207
Пікірлер: 2,2 М.