আজিওঁ চৰকাৰে নেদেখা আমাৰ গাওঁৰ ৰাষ্ট্ৰা চাওঁ আহক@Assamese video#Krishna sadiya.
প্ৰতি
মাননীয় মান্যবড়,
৮১নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক মহোদয়।
দিশপূৰ ,গুৱাহাটী ।
বিষয়-পথ মেৰামতি কৰাৰ বাবে আবেদন।
মহোদয়,
সন্মান সহকাৰে মহোদয়ৰ জ্ঞাতাৰ্থে জনাওঁ যে,আমি শদিয়া মহকুমাৰ অন্তৰ্গত 2নং নপটীয়া গাঁৱৰ বাসিন্দা হওঁ।
স্মতব্য যে, আমাৰ 2নং নপটীয়া গাওঁৰ পাটি ভৰা পৰা সোণোৱাল চুকৰ প্ৰায় তিনি কিলোমিটাৰ জোৰা পথ টি একেবাৰে জৰাজীৰ্ণ অৱস্থা । এই পথটি এজাক বৰষুণ দিলেই বোকাময় হৈ উঠে। দিনটোত বহুতো যাত্ৰীৰ অহা যোৱা কৰে। এই পথটি অৱস্থা বেয়া হোৱাৰ বাবে ৰাইজে বহুতো অসুবিধাৰ সন্মুখীন হবলগা হয়।
গতিকে দয়ালু মহোদয়ে উপৰোক্ত বিষয়টিৰ ওপৰত গুৰুত্ব দি আমাক উপকৃত কৰে যেন।
এয়েই মহোদয়ৰ ওচৰত জনাবলগীয়া সৰল প্ৰাৰ্থনা জনালোঁ।
বিনীত
-------------------
মহোদয়ৰ বিশ্বাসী
Krishna sadiya
Негізгі бет আজিওঁ চৰকাৰে নেদেখা আমাৰ গাওঁৰ ৰাস্তা চাওঁ আহক
Пікірлер: 40