পঢ়ি-শুনি ভাল মানুহ হোৱাৰ সপোন আছিল অবিনাশৰ। কিন্তু সপোন সপোন হৈয়ে ৰ'ল তাৰ। আজি উকা হৈ পৰি ৰৈছে তাৰ পঢ়া টেবুলখন। কিতাপ-বহীবোৰেও যেন তাক হাত বাউল দি মাতিছে। কিন্তু সেই পঢ়া টেবুলখনৰ কাষত আজি নাই সি! কণমানি অবিনাশ হেৰুৱাই মৰ্মাহত তাৰ সতীৰ্থ, শিক্ষাগুৰুসকল
#nbnews #nbnewsdigital #abinashsarkar
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
Негізгі бет আজি উকা হৈ পৰি ৰৈছে অবিনাশৰ পঢ়া টেবুলখন। কিতাপ-বহীবোৰ হাতত তুলি ল'বলৈ আজি সি নাই
Пікірлер: 35