JIBON NAMOR BONTI GOSI // ANKUR JYOTI // Deh Bisar Geet, Vokti Geet // Hori Naam // Devotional Song
"জীৱন নামৰ
বন্তি গছি"
কন্ঠশিল্পী:- অংকুৰ জ্যোতি বৰুৱা ।
কোৰাচ : প্ৰভাত বৰা
বিশেষ কৃতজ্ঞতা: কমলা গগৈ
কথা : প্ৰভাত বৰা
বাণীবন্ধন :- Make Music Studio
সংগীত : চিন্ময় বৰুৱা, নয়নমণি বৰুৱা
বাঁহী: চিন্ময় বৰুৱা
খোল/নেগেৰা / তাল : দধি দাস
টোকাৰী:- মুকুট মলিয়া
শব্দ সংমিশ্ৰণ: নয়নমণি বৰুৱা
🎶🎶🎶🎶🎶🎶🎶
✍️✍️
জীৱন নামৰ বন্তি গছি হিয়াৰ মাজে জ্বলে
এই বন্তি নুমাই যাব শলীতা পুৰিলে
মোৰ হৰি ঐ
শলীতা পূৰিলে ।।
কত পুণ্যৰ বলে পাইলোঁ
মানৱী জীৱন
পৰমাত্মা কৃপাময়ৰ
এয়ে মহাদান
হে ৰাম ৰাম হেন হৰিক নভজিয়া
কি কাৰ্য কৰয়
পাপ' সাগৰত বুৰী তল বল কৰ'
মোৰ হৰি ঐ
তল বল কৰ'
হৰিত শৰণ লোৱা হৰিত শৰণ'
তেঁৱেসে সমফল হৈব মানৱী জীৱন'
🎶🎶🎶🎶🎶🎶🎶🎶
ভঙিতা:-
কি কৰিলোঁ কি কৰিলোঁ ভকতি নকৰি
অন্তেক' পাইলেক' আসি ৰক্ষা কৰা হৰি
নকৰিলো শিৰে মাধৱক' নমস্কাৰ'
ইটো মাথা গোট মোৰ ভৈল মহাভাৰ'
🎶🎶🎶🎶🎶🎶🎶🎶🎶
এ মানৱী দেহা নিয়ে শ্মশান শালে
মানৱী দেহা নিয়ে শ্মশান শালে
মানৱী দেহা নিয়ে শ্মশান শালে
জীৱন মৰণ কথা কোনেও নাজানে
মানৱী দেহা নিয়ে শ্মশান শালে
ৰৈ জাব পুত্ৰ ভাৰ্যা
ৰৈ যাব ধন'
অন্তিম কালত নাযায়
ভাতৃ বন্ধু গণ'
মানৱী দেহা নিয়ে শ্মশান শালে
মানৱী দেহা নিয়ে শ্মশান শালে
হৰিত শৰণ লোৱা হৰিত শৰণ'
সাধু সঙ্গে বহি কৰা কৃষ্ণৰ কীৰ্তন
মানৱী দেহা নিয়ে শ্মশান শালে
এ মানৱী দেহা নিয়ে শ্মশান শালে
মানৱী দেহা নিয়ে শ্মশান শালে
অ হৰি হে এ,,,,,,
এ,,,,, হৰি ৰাম নাৰায়ণ
এ ৰাম হৰি অ,,,অ,,,, অ,,, হৰি ৰাম নাৰায়ণ
এ দেহা দিনক দিনে ভটিয়াই
যায় দেহা দিনক দিনে ভটিয়াই যায়
এনো নৰদেহা
অ.....মোৰ মনাই অ
এবাৰ গুচি গলে
অ..... মোৰ মনাই অ
আকৌ হলে পাবলৈ নায়
মনাই দিনক দিনে ভটিয়াই
যায় মনাই
দিনক দিনে ভটিয়াই যায় ।।
অ ....ৰাম জয় হৰি কি এ জয়
জয় হৰি গোপাল গোবিন্দ ৰাম
#viral
#ankurjyoti
#jibon_namor_bonti_gosi
#ankurjyoti
#voktigeet
#devotional
#devotionalsongs
#trending
#trendingshorts
#trend
#krishnabhajan
#viral
#assmesesong
#voktimulok
#dehbisargeet
#tukarigeet
#NewAssamesehorinam
#newdihanam
#newhorinam
#newbhoktimulokgeet
#dihanam
#dehenam
#dihanam
#ankurjyotidihanaam
Jibon Namor Bonti Gosi
Anupam Bitupon
Ankur Jyoti Official
Ankur Jyoti
tukari geet
bhokti geet
bhokti mulok geet
krishnak huai thoi
krishna banamali
New Assamese horinam
new dihanam
new horinam
new bhokti mulok geet
বিশেষ কৃতজ্ঞতা:- শ্ৰী শ্ৰী আউনিআতি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী , ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামী প্ৰভু আৰু কমলা গগৈ দেৱ
কৃতজ্ঞতা :- মা , দেউতা , সুদীপ্ত ভূঞা ,চক্ৰপানী বৰুৱা, প্ৰিয়ম তামুলী , চিন্ময় বৰুৱা, মৃগাংক দত্ত, হীৰক জ্যোতি ভূঞা , পলাশ জ্যোতি ভূঞা , নৱজ্যোতি বৰা , ৰাজু তামুলী ,অৰ্পণ বৰা, আলোক জ্যোতি শইকীয়া , অসীম কুমাৰ হাজৰিকা , ধ্ৰুৱজ্যোতি ভূঞা, বিনয় বৰা, জ্ঞানদীপ বৰুৱা , অংশুমান বৰা তথা গীততোৰ লগত জড়িত বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা আগ বঢ়োৱা আৰু সমূহ শুভাকাংখী ৰাইজৰ ওচৰত চিৰ কৃতজ্ঞ ।।
Негізгі бет Музыка JIBON NAMOR BONTI GOSI // ANKUR JYOTI // Deh Bisar Geet // Vokti Geet // Hori Naam
Пікірлер: 197