Homoi gos poli royato Bahot val korisa thank you very much ♥️ ❤️
@tonoyatora9207
3 ай бұрын
Bohut val kam korisa , Aguia juia tumi .
@dhirajsonowal3528
3 ай бұрын
সুন্দৰ পদক্ষেপ, অসমৰ youtuber সকলৰ ভিতৰত সকলোতকৈ সফল youtuber, তুমি অসমৰ এজন অন্যতম মানৱ সম্পদ । যিয়ে আনৰ দুখ বুজি পায় ।
@user-oy6ys3iw1w
3 ай бұрын
অতি সুন্দৰ। ককাজনৰ লগতে তোমাৰ জীৱনৰ সপোনৰ সোনৰ অসম প্ৰজেক্টৰ প্ৰতি জন অংশীদাৰ কে মহাপ্ৰভূ গোপালে সদায় কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ 🙏🌹❤❤❤
@amarendradeka5253
3 ай бұрын
বহুতেই ভাল লাগীল দা দা❤❤❤❤
@hirakpatowary1279
3 ай бұрын
ধন্যবাদ ভাই৷৷তোমাৰ নিচিনাকৈ মোৰো এনেকুৱা মানুহক নিস্বাৰ্থ ভাবে সহায় কৰিব মন যায়😢কিন্তু ইমানখিনি শক্তি বৰ্তমান ভগৱানে দিয়া নাই মোক,যদি পিছলৈ পাৰো নিশ্চয় কৰিম আশা আছে মনত৷৷অসমত বহুত ধনী ধনী মানুহ আছে ইচ্ছা কৰিলে পাৰে কিন্তু সিহঁতৰ টকা আছে,মন নাই😢৷
@RajeshDas-ed4nl
3 ай бұрын
ককাইদেউ আপুনি মানৱ ৰূপী ভগৱান । ❤❤❤❤ Love you so much brother
@NXTMONSTERKILLER
3 ай бұрын
আমাৰ অসমত ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে আপোনাৰ পৰা অলপ অলপ কৈ শিকা হলে অসম খন বহুত শুৱনি হৈ পৰিব ❤❤❤ Love from Lakhimpur
@bipulkalita6608
2 ай бұрын
সুন্দৰ হৈছে🙏🙏🙏
@user-dh5yl5em7i
3 ай бұрын
Like maribo kobo nelage pothome like tu d he vdo asw love u homoy ❤❤❤❤❤bohut bohut bhal paw kambur aru tumak moy borhator pora koisu log pabole bohut mon bhogobane milale hoy aru
@deepjyotisonowal4632
3 ай бұрын
সময় ৰ লগতে দকানি jan 2 da ভাল মনৰ মানুহ ভাল লাগিল
@nirusaikia7631
3 ай бұрын
সময় 🙏🌹 ভগৱান তোমালোকৰ সহায় হওঁক 🙏
@NixaKoch
2 ай бұрын
Xoday xustho xobol hoi thakok apuni❤❤❤❤❤homoy da
@Anamika__ray_25
3 ай бұрын
June June xomoi Dak xomoi di video bur say ata val comments di aagoyai lui jabo khuja bure like kora😢❤
Пікірлер: 984