Bishnu Prasad Rabha- a complete personality with a rare multidimensional contribution towards art, culture and society. He started his struggle with a belief that only equality through social reform could bring prosperity to the society. Refusing to expose the secrets of Rabha and his adherent protestants
comrade Gajiram Rabha underwent severe physical torture in imprisonment and
he severed his tongue to save his fellow comrades.
By observing the dedication and commitment of Gaji Rabha one can understanding the importance of the ideologies of Bishnu Rabha for the progress of the country and its people.
বিষ্ণু প্ৰসাদ ৰাভা - এগৰাকী সম্পূৰ্ণ মানৱ । বিশ্বতেই বিৰল এনে সৰ্বগুনসম্পন্ন ব্যক্তিত্ব । সাম্যৰ যোগেৰে প্ৰকৃতাৰ্থত সমাজত প্ৰগতি আনিব বুলি বিপ্লৱৰ সূচনা কৰা বিষ্ণু প্ৰসাদ ৰাভা আৰু তেওঁৰ বিপ্লৱী সতীৰ্থ সকলৰ শিবিৰৰ ঠিকনা পুলিচৰ আগত ব্যক্ত নকৰিবলৈ কমৰেড্ গাজিৰাম ৰাভাই যথেষ্ট নিৰ্যাতন ভোগাৰ পিচত বন্দী অৱস্থাত নিজৰ জিভা কাটি পেলাইছিল ।
বিষ্ণু প্ৰসাদ ৰাভাৰ মতাদৰ্শ সৰ্বসাধাৰণৰ অথবা দেশৰ প্ৰকৃত প্ৰগতিৰ বাবে কিমান অপৰিহাৰ্য আছিল সেয়া গাজি ৰাভাৰ ত্যাগ আৰু বলিদানৰ দৃষ্টিভঙ্গীৰে নিৰীক্ষণ কৰিলেহে হয়তো বুজিব পৰা যাব ।
Joi Ft. George Brooks, "Rabha", Pride, Lyrics: Ibson Lal Baruah
Video: Samudra Kajal Saikia, a Kankhowa Creation
a very special round of thanks goes out to : INK talks & Lakshmi Pratury for bringing together
Joi Barua & George Brooks. Moina Goswami, Ratul Goswami & Kushal Mirza. Mixed & Mastered by Abani Tanti at Geet Audiocraft Mumbai. Art, Animation, VFX and Editing: Samudra Kajal Saikia
Негізгі бет Ойын-сауық Joi - Rabha ft. George Brooks
Пікірлер: 128