একাংশ বিধায়ক, প্রাক্তন বিধায়ককে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ বিজেপি ত্যাগৰ সম্ভাৱনাৰ চৰ্চিত খবৰে ধুমুহাৰ সৃষ্টি কৰিছে গেৰুৱা শিবিৰত। উঠিছে অসম জনসংঘ গঠনৰ উকমুকনি। এনে পৰিস্থিতিত বিভাজনৰ আশংকাই শংকিত কৰিছে বিজেপিক। দলৰ সন্মুখত আহি পৰা এনে আচম্বিত সংকটৰ মাজত আজি মুখ্যমন্ত্রীৰে বিশেষ বৈঠকত মিলিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।
#pratidintime #assam #bjp #bjpnews
Негізгі бет জ্যেষ্ঠ নেতাৰ বিজেপি ত্যাগৰ সম্ভাৱনাৰ চৰ্চিত খবৰে ধুমুহাৰ সৃষ্টি কৰিছে গেৰুৱা শিবিৰত
Пікірлер: 103