জ্যোতি সংগীত - জননীৰ সন্তান (Lyrics) | Jyoti Sangeet - Jononir Xontan (Lyrics)
কথা:
জাগা জননীৰ সন্তান
জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ৷
মৃত্যু গছকি আনা জয়জিনি
কৰি দুৰ্জ্জয় অভিযান৷
কৰ্ম্মহীনতা কাপুৰুষতাই
তোমাক কৰিলে জয়
তুমি দুৰ্ব্বল ম্ৰিয়মান
তথাপিও নাই ভয়--
জাগা শক্তিমান জাগা মাতৃপ্ৰাণ৷
শক্তিগায়ত্ৰী মনত পেলোৱা হবা দুৰ্নিবাৰ
তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান৷
অ’ মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ
অজেয় নৱ-জোৱান
জাগা শক্তিমান জাগা মাতৃপ্ৰাণ৷৷
#jyotisangeet #assamesesonglyrics #assamesesong
জ্যোতি সংগীত playlist: • Jyoti Sangeet জ্যোতি স...
Assamese Song Lyrics. অসমীয়া গীতৰ কথা।
Негізгі бет জ্যোতি সংগীত - জননীৰ সন্তান (Lyrics) | Jyoti Sangeet - Jononir Xontan (Lyrics) | Assamese Song Lyric
No video
Пікірлер: 11