জ্যোতি সংগীত বুলিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিৰচিত অসমীয়া গীতসমূহক বুজা যায়। জ্যোতিপ্ৰসাদৰ হাততে অসমীয়া গীতি-সাহিত্যই পাশ্চাত্য আৰু শাস্ত্ৰীয় প্ৰভাৱৰ পৰা আঁতৰি আহি অসমৰ থলুৱা সুৰ-লয়ক আঁকোৱালি লয়। জ্যোতিপ্ৰসাদৰ গীতবোৰত ৰোমাণ্টিক চেতনা, সুন্দৰ চেতনা, বিজ্ঞান চেতনা, স্বদেশপ্ৰেম, গাওঁপ্ৰীতি, সমাজবীক্ষা আদি বিভিন্ন দিশ ফুটি উঠিছে। এই গীতসমূহৰ কিছুসংখ্যক নাটক, গল্প, উপন্যাস, প্ৰবন্ধ তথা চিত্ৰনাট্যত অন্তৰ্ভুক্ত আৰু বাকীবোৰ স্বতন্ত্ৰ গীত।
◆◆Thanks For Watching◆◆
●●For More Updates●●
Please Subscribe Our Channel
/ @abhinabproductionnew
PleaseJoin Our Facebook Group
/ 2412023109112324
আপোনাৰ প্ৰতিভা আমাৰ মঞ্চ"
এই মঞ্চৰ যোগেদি আমি আপোনাৰ তথা আপোনাৰ চিনাকি কোনোবা প্ৰতিভা থকা ব্যক্তি যদি আছে আমাৰ চেনেলৰ যোগেদি ৰাইজৰ আগত প্ৰচাৰ কৰাৰ দিহা কৰিছোঁ।
ভিডিও তোৰ তলত আমাক কমেণ্ট কৰক,আমি আপোনাক যোগাযোগ কৰিম।ধন্যবাদ।।
◆◆FRIENDSHIP WITH US ON FACEBOOK◆◆◆
★ / jatin.saikia.5
◆◆LIKE OUR FACEBOOK PAGE◆◆
★ / about
◆◆FOLLOW US ON INSTAGRAM◆◆
★instagram.com/p/B2tiz6wn8...
#জ্যোতি_সংগীত
#Bornali_kalita
#বৰ্ণালী_কলিতা
#Bornalikaitajyotisangit
Негізгі бет Jyoti Sangeet ||জ্যোতি সংগীত/ সেউজীয়া ||বৰ্ণালী কলিতাৰ কণ্ঠত|| Jyotisangeet ||Bornali Kalita |A.P.N
Пікірлер: 13