কৃষ্ণ কৃষ্ণ প্ৰভু মোৰ আহিবলগীয়া সন্তান টি আপোনা হবৰ চৰণত সেৱা কৰি থাকিবলৈ কৃপা কৰক প্ৰভু ঈশ্বৰে।🙏🙏
@poligogoi4900
5 ай бұрын
Eta honta mak bapakor g atv al beya gunor uprt vetri kori eta hontan dharmik guni geyani val hoi eta hontan gorbhot thoke obostat make bapak dharmik geyani hole gorbhot thoke hontan to a aitro kore
@pritirekhagam6157
11 ай бұрын
হে প্ৰভু মোৰ গৰ্ভত থকা সন্তানতি যাতে সুস্থ সবল হৈ জন্ম লাভ কৰে আৰ্শিবাদ কৰিব।
@sangitaborah5519
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম জনাইছোঁ পোন প্ৰথমে 🙏🏻 মোৰ যেন এটি সুন্দৰ সুস্থ সন্তান জন্ম হয় আৰ্শীবাদ কৰিব প্ৰভু 🙏🏻❤🙏🏻
Пікірлер: 990