কামাখ্যাত VVIPৰ দপদপনিত বিৰক্ত স্বয়ং দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ আগমনত কামাখ্যাত হোৱা ভিৰৰ বাবে পূজা দিবলৈ গৈ দীৰ্ঘ সময় আৱদ্ধ হৈ ৰ’বলগীয়া হ’ল মুখ্য ন্যায়াধীশ গগৈ।
#RanjanGogoi #ChiefJusticeOfIndia #SupremeCourt
Негізгі бет কামাখ্যাত VVIPৰ দপদপনি, বিৰক্ত দেশৰ মুখ্য ন্যয়াধীশ || CJI Ranjan Gogoi at Kamakhya Temple today
Пікірлер: 212