কোম্পানীৰ চাকৰি এৰি গাঁৱত আৰম্ভ কৰিলে থলুৱা ছাগলী ফাৰ্ম , Goat Farming In Assam
গুৱাহাটীৰ কোম্পানীৰ চাকৰি এৰি এগৰাকী যুৱকে আৰম্ভ কৰিলে নিজৰ গাঁৱতে ছাগলি ফাৰ্ম ৷ মাত্ৰ ২০ জনী থলুৱা ছাগলীৰে ২০১৮ চনত আৰম্ভ কৰা এই ছাগলী ফাৰ্মখনত এতিয়া ছাগলীৰ সংখ্যা হৈছেগৈ ১৩৮ টা ৷
ছাগলী বিক্ৰী কৰি বিগত বছৰত তেওঁ লাভ কৰিছে প্ৰায় ডেৰ লাখ টকা ৷
কিশোৰ কুমাৰ ভূঞা নামৰ বিহপুৰীয়া কেন্দুগুৰিৰ গাঁৱৰ এজন যুৱক ছাগলী পালনৰ দৃশ্য এয়া ৷ এই যুৱক গৰাকীয়ে কম সময়ৰ ভিতৰতে কেনেদৰে গঢ়িলে এই বিশাল থলুৱা ছাগলীৰ ফাৰ্ম ?
তেওঁ বিটেল বা চিৰহী জাতীয় বহি:ৰাজ্যৰ ছাগলীৰ বিপৰীতে কিয় বেছি গুৰুত্ব দিয়ে থলুৱা ছাগলী পোহাত?
এনে বহু বিষয় জানো আহক কিশোৰ কুমাৰ ভূঞাৰ পৰা ...
uparjan.in
Негізгі бет কোম্পানীৰ চাকৰি এৰি গাঁৱত আৰম্ভ কৰিলে থলুৱা ছাগলী ফাৰ্ম | Goat Farming In Assam
Пікірлер: 286