এটা সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা কোটিপতি হোৱা ঠিকাদাৰ পংকজ সাধনিদাৰৰ জীয়ৰীৰ বাৰ্থ ডে পাৰ্টী উপলক্ষে সেইদিনা ভিভাণ্টাত ৰাজকন্যা বৰুৱাই ইভেণ্ট মেনেজমেণ্ট কৰিছিল। উপস্থিত আছিল গুৱাহাটীৰ বিয়াগোম প্ৰশাসনিক বিষয়া, শীৰ্ষ আৰক্ষী বিষয়া। কিন্তু এইপৰ্যন্ত এই বিষয়াবোৰক এৰাই চলি তদন্ত আগবঢ়াই নিছে দিছপুৰ আৰক্ষীয়ে।
News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis.
Facebook: /nd24assam
Twitter: /nd24_news
Instagram: /nd24_news/
Telegram: ND24Updates
Негізгі бет কেনেকৈ কোটিপতি হ'ল পংকজ সাধনিদাৰ?
Пікірлер: 103