কাৰ জীৱনৰ বিয়লি বেলাত কি লিখা আছে কোনে জানে! এই সকল মানুহৰো প্ৰত্যেকৰে কিছুমান কাহিনী আছে, যি কাহিনী সম্পর্কে আমি জ্ঞাত নহয় যদিও এওঁলোকক কিন্তু সেইবোৰে ভিতৰি কুৰুকি-কুৰুকি খাই প্ৰতিদিনে। কোনোৱে যদি নিজৰ মাজতে নিজক সামৰি ৰাখিছে আন কোনোৱে আকৌ এষাৰ মৰমৰ মাত পালেই দুৰ্বল হৈ পৰে। এই সকল লোকক ভগৱানে সাহস দিয়ক, সংগ দিয়ক... নিঃসংগতাৰ কলীয়া মেঘবোৰ আঁতৰি যাওক এওঁলোকৰ আকাশৰ পৰা...
🖤
Your Queries
oldagehome
oldpeople
Life
Llifequotes
lifelesson
guwahati
mypeople
lifestylevlog
Негізгі бет কাৰ জীৱনৰ বিয়লি বেলাত কি লিখা আছে কোনে জানে!
Пікірлер: 17