#kirtandaxomorsankarguru #sattriyadance #khirudborah
নমস্কাৰ, "কীৰ্ত্তন দশমৰ শঙ্কৰ গুৰু" শীৰ্ষক গীতটোত এটি Dance Cover video আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো। আশাকৰো আপোনালোকে ভাল পাব।
এই গানটোত নৃত্য পৰিৱেশন কৰা ছোৱালীকেইজনী মোৰ একেবাৰে নবীন ছাত্ৰী। সিহঁতক লৈ মোৰ দৃতীয়টো প্ৰয়াস। সিহঁতৰ বাবে এয়া প্ৰথম অভিজ্ঞতা। সিহঁতকেইজনীক উৎসাহ যোগাৱাৰ উদ্দেশ্যেই আপোনালোকে Videoটো আকোঁৱালি ল'ব বুলি আশা কৰিলো। ধন্যবাদ।
Негізгі бет কীৰ্ত্তন দশমৰ শঙ্কৰ গুৰু / Dance cover/ khirud borah Dance studio
Пікірлер: 55