Oha bosor January mahot ahiba amar North gauhatiloi Mathu mok logot loba baki moi korim
@jyotshnadevi6468
3 ай бұрын
Mor aitu pho no Phone koriba
@subhashhazarika5509
Жыл бұрын
বণ’নাৰ উদ্ধ’ত বুজাব নোৱাৰা অতি মনোৰম অসমীয়াৰ প্ৰাণৰ স্পন্দনস্বৰুপ এই বিহু নৃত্যটি ৷ জীৱনত বহু বিহুনৃত্য দেখিলো নিজেও নাচিলো কিন্তু এইটো সচাঁই অনন্য ৷ আচলতে ১১ মাহৰ আগৰ যদিও এই দলতিয়ে আৰু পৰোশোধিত কৰি এইবাৰ কলাক্ষেত্ৰত বিশ্বঅভিলেশ গঢ়িবলৈ য়োৱাৰ লগতে একক ভাবে প্ৰধানমন্ত্ৰীৰ সন্মুখত পৰিবেশন কৰিব পৰা হলে অসমীয়াৰ সভ্যতা ,কলা সংস্কৃতিৰ প্ৰাচুয্য’ কিমান জগতে জানিল হেতেঁন ৷ সি জিকি নহওক , পুৰুষ বেশধাৰী বিহুৱা দলটিৰ ঢ়োল বাদন আৰু নৃত্য তুলনাবিহীন ৷ তেওঁলোকলৈ মোৰ শত নমস্কাৰ ৷ বিহুৱতীকেইগৰাকীও কোনো কম নহয় ৷ এই video টো কিবা প্ৰকাৰে বিশেষভাবে internationalised কৰিব পৰিলে অতি ভাল হয় লগতে ঢ়োল পেপা গগনাৰ এক সম্যক বাখ্যা দি বিহুগীতবোৰৰ ইংৰাজী তজ্জ’মাৰে subtitled কৰি দিব পাৰিলে অনাঅসমীয়াই ইয়াৰ ৰস পান কৰিব পাৰিব ৷ আৰু এটা কথা - এইটো হুচৰি যেন নালাগিল ৷ এইটো এটা বিহুনৃত্যহে আৰু নাচনীৰটো আধুনিকৰন কৰা হৈছে ৷ 🙏🙏💐🌺
@pakhilaboro8738
2 жыл бұрын
এওঁলোক আমাৰ তাতো হুঁচৰি মাৰিবলৈ আহিছিলে সচাকৈ খুব সুন্দৰকৈ নাচে👌👌
@nikumonisaikia7461
2 жыл бұрын
Really , very nice, love and blessings to all of the group
@digantagogoi1868
Жыл бұрын
অতি সুন্দৰ। পুৰুষ আৰু নাৰী যে সমান আজি প্ৰমাণ কৰি দেখুৱালে। কেবল অসমৰ বাকী জনগোষ্ঠী সমূহৰ ও কৃযতি সংষ্কৃতি ডাঙি ধৰিবলৈ চেষ্টা কৰিলে ভাল লাগিব।
Пікірлер: 774