এওঁলোকৰ অবস্থা ফাপৰে ধৰা কুকুৰৰ দৰে হৈছে আৰু যে কি হব ক'বলৈ ভাষা নাই 😂😂
@jaychankarborolegalforum7822
3 ай бұрын
😅😅😅😅😅😊😊😊 Like kukur
@dipkamaldeka9696
3 ай бұрын
মামাৰ পাল্লাত পৰিলে নেতাৰ কি অবস্থা হ'ব পাৰে আমি আগতেই ভাবিছোঁ। এয়া কি তেওঁ লোকৰ সোনালী দিনবোৰ আহি আছে মাথো অপেক্ষা সেই দিনটোলৈহে। ইহঁতৰ নিচিনা বিলাকৰ কাৰণেই দেশৰ এই অবস্থা।
@ranjitbora734
3 ай бұрын
পোক লগা গৰু মৰিলে পোককেইটাৰ যি অৱস্থা হয় ইহতৰো একে অৱস্থা হল। 😅😅😅😅
@Royel-v8y
3 ай бұрын
পাম যোৱা বেলুন হ'ল
@jitenlahkar4485
3 ай бұрын
কৃষ্ণ। সুন্দৰ। স্থান এৰিলে মান এৰিব লাগে। যেনে কুকুৰ তেনে টাঙোন।
সুন্দৰ বাতৰী । এই কেইজন আৰু এই কেইগৰাকী ভিজা মেকুৰী ।মাছ দেখিলেও ধৰিব নোৱাৰে এতিয়া ।
@pompipatgiri
3 ай бұрын
কঙৰেছৰ।।তেজ।দেহত।লৈ।কিমান।দিন। জীয়াই।থাকিব
@paniramyein3705
3 ай бұрын
আবৰ্জনাবোৰ ওলাই গল ভালেই হল .
@latifahmed2563
3 ай бұрын
মৰি গলেই ভাল
@SAIFULISLAM-hc1iw
3 ай бұрын
চিলনী নেতা
@mrlachitcharo
3 ай бұрын
কাম নাই দল বাগৰা নেতা ।
@Rahul-e2x7z
3 ай бұрын
অন্ধ ভক্তৰ অৱস্থা এনেকুৱা হ'ব
@romeshpatarromeshpatar3190
3 ай бұрын
ভাল মানুহ থন ধৰিবলৈ অলপ সম্যই লগে।আপদ হলেও বিপদ হলেও ধৈয়ুয় মূল ছবি।
@khagenkakati6380
3 ай бұрын
Latin safa কৰি আছে Himantar
@BaniCharanart
3 ай бұрын
😂😂😂
@किरण2021
3 ай бұрын
😂😂😂.. অসমীয়াত এষাৰ কথা আছে... স্থান এৰিলে মান ও হেৰায়... তাৰেই জ্বলন্ত উদাহৰণ এই কেইজন...
@nikunjaborah6756
3 ай бұрын
Khub val hoise eibur xuvida badi manuh
@Danirojasfc6
3 ай бұрын
😂😂😂😂😂😂 লোভেই পাপ পাপেই মৃত্যু। 😔 😟 🙁 😥 😞 😿
@palpaldilkepas3566
3 ай бұрын
Ha ha ha ha 😂😂😂😂😂
@jatinbaishha3540
3 ай бұрын
অপদাৰ্থ বিলাকৰ ৰাজনীতিৰ কোনো জ্ঞান নাই । গতিকে বাই বাই ।
@TKDeka454
3 ай бұрын
কি হব এতিয়া বেচেৰা কেইটা😅😅
@Assameselyricssongs-kl1ez
3 ай бұрын
I LOVE I.N.D.I.A #RahulGandhiZindabad #GouravGogoizindabad
@ruhitdihingia8210
2 ай бұрын
কি কম , পুতৌ জন্মিছে নতুন মডেলৰ সৌভাগ্যৱান বৃন্দক, এটা মঞ্চত সন্মুখ চকীত আসন আছিল, আজি একেবাৰে পিছত আসন টুলতহে, তাকে কয় নতুন মডেলৰ সৌভাগ্যৱান, দেহি ঐ !!!
@jibonjyotidutta622
2 ай бұрын
এওঁলোকক বিজেপিয়ে আবৰ্জনাহে গোটালে | এই চাৰিজনৰ স্থান এৰিলে মান হেৰোৱাৰ দৰে অৱস্থা হলগৈ
@girishchandrasharma5023
3 ай бұрын
২৬ ৰ নিৰ্বাচনৰ আগত কোন দলত ভৰ্তি হব ঘৰত বহি গুনাগঠা কৰি আছে
@RezaulKhan-j9n
2 ай бұрын
এই 4জনক আজীৱন লৈ নলব ভাৰতীয় জাতীয় কংগ্ৰেছ দলত সুবিধা বাদী মানুহ
@binoykalita7597
3 ай бұрын
দল বাগৰা চাৰিগৰাকী নোহোৱা হল,জাননে খবৰ,দিবিনে খবৰ ?
@LolitGogoi-e9k
2 ай бұрын
২৬চৰ পাচত এইসকলৰ মূখ মণ্ডল চাব লগিয়া হব।
@TarunChDeka-cb4go
3 ай бұрын
হ'ব গৈছিল সিংহ পিছে নাটকৰ সিংহ
@arpitadutta9888
2 ай бұрын
V V Good
@gouravburagohain597
2 ай бұрын
দুদিমানৰ কাৰণে কিয় বাৰু পদুমফুলৰ পাৰ্টিত যোগ দান কৰিছিলা ৷এতিয়া কি অৱস্থা তোমালোকৰ ৷
@PabitraTeron-bi1xx
3 ай бұрын
স্বাৰ্থবাদী ব্যক্তি হয়, এইসকল ব্যক্তিৰ পৰা একো আশা কৰিব নোৱাৰি। এইসকল ব্যক্তি বিজেপিৰ ৱাশিং মেচিনত সোমাই আছে।
এই কেইগৰাকীয়ে নতুন দল সৃষ্টি কৰিব। দলৰ নাম পুৰুহিতক চোৱাই দলৰ নাম ৰাখিলে দলবাগৰা।দলবাগৰাত হীধহিষ্ট সকলৰ বাবে দুৱাৰ খোলা ৰখা হৈছে।পলম নকৰি যোগাযো কৰক । যোগাযোগৰ ঠিকনা,,,😂😂ৰামাবিঅ,🎉।
@NiruBorah-r4b
3 ай бұрын
Mojaa
@nilamonidas4384
3 ай бұрын
এই গৰুবোৰ অসমৰ সম্পদ নেকি ?
@hiranyarajkhowa4119
3 ай бұрын
মজা হৈছে। দল বাগৰাৰ গতি এনেকুৱাই হয়। ৰাইজ ইমান মূৰ্খ নহয় ৰাজনীতিত দ'ল বাগৰাৰ কথা শুনিবলৈ ৰাইজে এওঁলোকৰ ধাৰ খোৱা নাই। গণতন্ত্ৰত ৰাইজেই ৰজা কথাষাৰ প্ৰমাণ কৰি দিলে। দলবাগৰা বোৰ ৰাইজৰ বাবে সদায় সম্পদ নহয়,বিপদহে সমাগত লোকসভা নিৰ্বাচনত কথাষাৰ প্ৰমাণ পোৱা গ'ল। বি জে পিৰ বেয়া দিন অহাৰ উমান পালেই এই দল বাগৰা বোৰ আকৌ দল এৰি শাসকীয় দললৈ দৌৰ নামাৰিব যে তাৰ কি গেৰান্টী আছে।
Пікірлер: 168