Dada apuni ki gaise tat dhyan diok apuni teur kera angulir jugyo u nhoi.... Gayan gua pst vaunat 3,3:30hrs bohi j teu iman dhunia gaise heto Sauk ttya val pam. Apunat se bhut besi kotha janee teu Pak to bad diok teu j bohiase htue bohut
@kalpa8316
Жыл бұрын
@@kostovdutta2748 কৃষ্ণ কৃষ্ণ, আমিও প্ৰশিক্ষণ দিও প্ৰভুজন। সেয়ে জিনিবা সমস্ত নিতি নিয়মৰ সহ। আমিও ৩ঃ৩০-৪ঃ০০ ঘণ্টা বহো।😂 কিন্তু গৰম অকণমান উঠিল বুলিয়েই আমাৰ নিতি নিয়ম সমূহ ত্যাগ নকৰো। আপোনালোকৰ নিচিনা কেইজন মানৰ কাৰণেই আমাৰ সমস্ত সংস্কৃতি লোপ পালে হেতেন। কিন্তু তাৰ বিপৰিতে আমাৰ এই সংস্কৃতি ৰক্ষা কৰিবলৈয়ো মানুহ এচাম উচ্চ শিৰে বিচৰণ কৰি আছে। আপোনি আধুনিকতাৰ ঢৌত ডোব গৈছে, সন্মানসহকাৰে যাওক। কিন্তু আমি যদি কিবা ভুল দেখো তাক শুৱৰাবলৈ চেস্তা কৰো। আমাৰ এনেবোৰ comment ৰ সহায়ত নব প্ৰজন্মই নিতি নিয়মৰ মাজেৰে যাতে আমাৰ সংস্কৃতি জিয়াই ৰাখিবলৈ চেস্তা কৰে, তাৰ কাৰণেহে সময়ে সময়ে মাট মাতিব লগা হয়। হে প্ৰভু ঈস্বৰ আমিও দোহাৰত বহো, কিন্তু নিতি নিয়ম বোৰ পালন কৰি। সেইবাবে আপোনি আতৰিয়েই থাকক, ইয়াত অযুক্তি পূৰ্ণ কথাৰে আপোনি কোনো ধৰণৰ ৰণ জিনিব নোৱাৰিব। কৃষ্ণ।। জয় গুৰু শঙ্কৰ।।
Пікірлер: 24