অকালতে আমাৰ মাজৰ পৰা হেৰাই যোৱা সকলোৰে মৰমৰ অভিনেতা কিশোৰ দাস আৰু নৃত্যশিল্পী চন্দনা দেৱীয়ে মোৰ “কাঁচিয়লি ৰ’দ” নামৰ এটি গীতত উদয় শংকৰৰ কৰিঅ’গ্ৰাফিৰে অভিনয় কৰিছিল।মোৰ ব্যক্তিগত অসুবিধাৰ বাবে গীতটি মুক্তি দিব পৰা নাছিলো। অৱশেষত কিশোৰ দাস আৰু চন্দনা দেৱীলৈ একাঁজলি শ্রদ্ধাঞ্জলি জনাই গীতটোৰ ভিডিঅ’ আপোনালোকলৈ আগবঢ়াই দিলো। আশাকৰো গীতটো আপোনালোকে মৰমেৰে আকোঁৱালি ল’ব।
Audio Cradits
BIPIN CHAWDANG MUSICAL PRESENTS
SINGER-
BIPIN CHAWDANG
PAPORI GOGOI
LYRIC-
BIPIN CHAWDANG
SUNIT GOGOI
Music- POLASH GOGOI
MIX/MASTER- POLASH GOGOI
SPECIAL THANKS - AMIT KASHYAP
বিপিন চাউদাঙৰ যোগাযোগৰ নং
7002575619
9954413906
8011463355
Video Cradits
Artist _ Kishor Das & Amrita Gogoi
Cinematographer _ Prithvi Raj Dutta
Drone Camera _ kushal
Makeup _ Bikash,Nirmali & Bipanchi
Ass.Choreographer_ Abhijit
Editing & CC _ Niranjan Gogoi
Production Designer _ Nayan Rajbanshi
A Uday.Shankar Choreography
Негізгі бет Kasiyali Rowd || Bipin Chawdang || Papori Gogoi || Sunit Gogoi || New Assamese Video Song 2023
No video
Пікірлер: 539