বিটিচিত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ আধিপত্য ৰোধৰ বাবে একত্ৰিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে বিপিএফ আৰু ইউপিপিএল। বড়ো জাতীয় দল-সংগঠনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই একত্ৰিত হোৱাৰ পদক্ষেপ বিপিএফ আৰু ইউপিপিএলৰ শীৰ্ষ নেতৃত্বৰ। বিটিচিৰ আগন্তুক নিৰ্বাচনত একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কুচকাৱাজ আৰম্ভ কৰিছে ইউপিপিএল আৰু বিপিএফে।
#PratidinTime #AssamNews #BTC #BPF #UPPL
Негізгі бет একত্ৰিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে বিপিএফ আৰু ইউপিপিএল.....
Пікірлер: 25