খেতিয়কজনে নিজৰ সাধনাৰ বলত সলালে নিজৰ জীৱন | PRAGATI KRISHI FARM
uparjan : 9101735732
এসময়ত আনৰ ঘৰত হাজিৰা কাম কৰা তিলেশ্বৰ সন্দিকৈ নামৰ এই খেতিয়কজনে নিজৰ সাধনাৰ বলত সলালে নিজৰ জীৱন ৷
এতিয়া এওঁ লাকুৱা চলাপথাৰত ৪০ বিঘা মাটিত গঢ়ি তুলিছে কৃষি উদ্যান ৷ কল খেতিৰে খেতিয়কৰ জীৱন আৰম্ভ কৰা তিলেশ্বৰ সন্দিকৈৰ এই কৃষি ক্ষেত্ৰৰ নাম “ প্ৰগতি কৃষি ফাৰ্ম “
এই কৃষি ফাৰ্মলৈ শাৰী শাৰী নাৰিকল গছে হাত বাউল দি মাতিব আপোনাক ৷ শশ কল গছ / তামোল গছ / আপেল -বগৰীৰ পৰা আৰম্ভ কৰি বহু ফলৰ গছৰে ভৰি আছে এই উদ্যান ৷
ইয়াৰোপৰি এজন আদৰ্শ খেতিয়ক ৰূপে তিলেশ্বৰ সন্দিকৈয়ে এই ক্ষেত্ৰত গঢ়ি তুলিছে কুকুৰা /ছাগলী /গাহৰি আৰু গৰু ফাৰ্মৰ লগতে পুখুৰী আৰু নদ ৷
uparjan.in
Негізгі бет খেতিয়কজনে নিজৰ সাধনাৰ বলত সলালে নিজৰ জীৱন | PRAGATI KRISHI FARM
Пікірлер: 117