Midnight Records Present the Most Awaited Song of 2023 i.e. “Khirikir Fakere”.
Audio Credits :
Vocal - Munna Sarkar & Pihu Priyanka
Lyrics - Anish Kaushik Phukon
Composition - Munna Sarkar & Ankur Jyoti Boruah
Music & mix/master - Rupam Nath
Poem written & recited by - Shrutismita Deka
Video Credits :
Concept & Script - Anish Kaushik Phukon
Starring - Champak Goswami & Gitashree Rajkhowa
Direction - Sunny Sensuwa
Colour & Editing - Pk Prabhat
Motion Poster & Teaser - Samiran Gogoi
Lyrics -
খিৰিকীৰ ফাঁকেৰে ৰ’দালি আহিব
ৰ’দ হৈ পোহৰ সানিব
আগলি বতাহে হালিব-জালিব
অচিনা দেহত শিহৰণ জাগিব
কপাহী চাদৰত শুকুলা মেঘে
আঁকিব এখনি বৰণীয়া ছবি
আবেলিৰ আকাশত ঘৰমুৱা পখীয়ে
যাচিব এখনি জুৰণীয়া পৃথিৱী
নিজানতে আহি ৰিঙিয়াই মাতিবা
তুমি নাথাকিলেও স্মৃতি হৈ ৰ’বা
খিৰিকীৰ ফাঁকেৰে ৰ’দালি আহিব
ৰ’দ হৈ পোহৰ সানিব
নিৰলে নীৰৱে গোপনে তোমাৰেই ছায়া
আকুলে-বিকুলে মনতে কিনো এই মায়া
আঁজলি আদৰত আলসুৱা মনে
বিচাৰি ফুৰিছে আশাৰে পাপৰি
নিৰিবিলি জোনাকত জোনাকী পৰুৱাই
পোহৰাই তুলিছে পুৰণি স্মৃতি
পখিলা হৈ উৰি কাণে কাণে ক’বা
সমীৰে জুৰোৱা যেন অমিয়া
খিৰিকীৰ ফাঁকেৰে ৰ’দালি আহিব
ৰ’দ হৈ পোহৰ সানিব
আগলি বতাহে হালিব-জালিব
অচিনা দেহত শিহৰণ জাগিব
~ অনিশ কৌশিক ফুকন
#KhirikirFakere
#OfficialMusicVideo
Негізгі бет Музыка খিৰিকীৰ ফাঁকেৰে | KHIRIKIR FAKERE | Assamese Video | Munna Sarkar | Pihu Priyanka -2023
Пікірлер