▶️ আজি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হয়। ৰাজ্যৰ ৫খন জিলাত অনুষ্ঠিত হয় লিখিত পৰীক্ষা। কিন্তু আচৰ্যজনকভাৱে পৰীক্ষাৰ্থী শূণ্য হৈ থাকিল কেইটামান কেন্দ্ৰ। পৰীক্ষা দিবলৈ নাহিল এজনো পৰীক্ষাৰ্থী। কিন্তু কিহৰ বাবে চৰকাৰী চাকৰিৰ পৰীক্ষাত নবহিল সেইসকল পৰীক্ষাৰ্থী?
Follow Us On
FACEBOOK - / nktvne
INSTAGRAM - / nktv.ne
TWITTER - / nktvne
SHARECHAT- sharechat.com/profile/nktv24x7
KOO - www.kooapp.com/profile/nktvNE
KZitem - / @nktvplus
Негізгі бет কিহৰ বাবে চৰকাৰী চাকৰিৰ পৰীক্ষাত নবহিল সেইসকল পৰীক্ষাৰ্থী?
Пікірлер: 185