🔹মন্ত্ৰী পিযুষ হাজৰিকা ডাঙৰীয়া!
আপুনি কেতিয়া পদত্যাগ কৰিব?
🔹ৰাজনীতি বাৰু এৰিব নালাগে!
🔹বিজেপিৰ জ্যেষ্ঠ নেতা কিৰোৰী লাল মীনাৰ আদৰ্শৰে বাট বুলি কম চে কম মন্ত্ৰীত্বৰ পৰাই পদত্যাগ কৰকচোন!
🔹কিয়? আপুনিয়ে জানো ঘোষণা কৰা নাছিল?
🔹গৌৰৱ গগৈ যোৰহাটত জয়ী হ’লে আপুনি ৰাজনীতি এৰিব!
🔹পূৰ্বতে কৰা ঘোষণা অনুসৰি ৰাজস্থানৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে কিৰোৰী লাল মীনাই!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - facebook.com/nenownews/
Twitter - twitter.com/NENowNews/
Instagram - instagram.com/northeast.now
Негізгі бет কিৰোৰী লাল মীনাৰ দৰে কেতিয়া পদত্যাগ কৰিব মন্ত্ৰী পিযুষ হাজৰিকা ডাঙৰীয়া?
Пікірлер: 306