#khirudborahdance #borgeet #sankaradev
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি। সেই উপলক্ষে মহাপুৰুষজনাক শ্ৰদ্ধা নিবেদাৰ অৰ্থে মহাপুৰুষজনাৰেই এক অমৰ সৃষ্টি "কহ মোহে উদ্ধৱ" শীৰ্ষক বৰগীত ভাগিত মোৰ নৃত্য সংৰচনাৰে পৰিৱেশন কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো। নিশ্চয় আপোনালোকে ভাল পাব।
Choreography & performer . Khirud borah
Videography. Rantu Chutia
Editing. Khirud borah
If you like my videos then please like comment and share ...and don't forget to subscribe the channel
Негізгі бет Koho Mohe / borgeet / Sattriya dance /khirud borah
No video
Пікірлер: 87